এৰাবাটে নাজানে পথিকৰ দক্ষতা,
সৰাপাতেও চোন বতাহত উৰে......
জীয়াই থকাৰ হেঁপাহবোৰত
আশাৰ সমাধি কেনেকৈ সাঁজে মানুহে...
চকুবোৰত লিখা থাকে সেই কাহিনী।
-
শিকিবৰ বাবেহে.....ব্যক্তিগত জীৱনৰ... read more
ভাৰসাম্য
-----------
মই আৰু মোৰ অব্যক্ত যন্ত্ৰণাবোৰ
আমি এতিয়া বন্ধু
হহুৱাই দিলে অভিমান কৰি নাথাকো,
আকৌ মৌন হৈ নিজানত
থমকি ৰৈ থাকিবও নোৱাৰো। ।
-
অব্যক্ত
--------
কিছু ৰৈ দিছো
দ্বায়িত্ব আৰু তেজৰ আগত
হৃদয় খনৰ আকুলতা শুনিবলৈ অপাৰগ।
ৰৈ থাকিব নিদিও,গৈ থাকক।
চকুবোৰ পুৰঠ হলেই
গালবোৰ পৰিস্ফুত হলেই,
আপোনাৰ সৈতে আগবাঢ়িম।
-
অব্যক্ত
--------
কিছু ৰৈ দিছো
দ্বায়িত্ব আৰু তেজৰ আগত
হৃদয় খনৰ আকুলতা শুনিবলৈ অপাৰগ।
ৰৈ থাকিব নিদিও,গৈ থাকক।
চকুবোৰ পুৰঠ হলেই
গালবোৰ পৰিস্ফুত হলেই,
আপোনাৰ সৈতে আগবাঢ়িম।
-
অব্যক্ত
--------
কিছু ৰৈ দিছো
দ্বায়িত্ব আৰু তেজৰ আগত
হৃদয় খনৰ আকুলতা শুনিবলৈ অপাৰগ।
ৰৈ থাকিব নিদিও,গৈ থাকক।
চকুবোৰ পুৰঠ হলেই
গালবোৰ পৰিস্ফুত হলেই,
আপোনাৰ সৈতে আগবাঢ়িম।
-
আমি পৰাম্পৰাগত পুৰুষ-মহিলা,
শাহু-বোৱাৰী ইত্যাদি সমাজৰ
বিতৰণবোৰৰ মাজত শক্তিৰ তুলনা
কৰি থাকোতেই মানুহৰ মগজুৱে
তাৰ সুবিধা লৈ অন্যায়ৰ চৰম সীমা পালেগৈ.....-
আবেলিবোৰত শেষ হয়
দিনৰ বহুৰঙী ভাগৰ
যেতিয়া সূৰ্যাস্ত হৈ
জিলিকে পশ্চিমৰ সপোনজাঁক
ডেউকা লাগে
শাওঁনৰ উন্মনা মনত
গীতৰ ৰাগত
টোপনি যায় অতীতে
সাৰ পায় নতুন প্ৰভাতে
আন্ধাৰ বোৰে আমনি কৰিবলৈ এৰে।।
-
That earthy smell, which emerges from the muddy field and enters my window, has become my favorite fragrance nowadays.
-
যেতিয়া কাৰোবাক পোৱাটোৱে
জীৱনৰ লক্ষ্য হৈ পৰে তেতিয়া
মানুহ সফল হয় সঁচা কথা,
কিন্তু সেই বিশেষ জনৰ বাহিৰে
বেলেগক কষ্ট দিবলৈ ভাৱিবলৈ
এৰাটোৱে সঁচা ভালপোৱাক
প্ৰতিফলিত নকৰে। কাৰন "প্ৰেম"
এ প্ৰকৃততে পৃথিৱীখনক ভাল পাবলৈ শিকাই, কাৰোবাক কষ্ট দিবলৈ নহয়।।-
Rutha na kar yu to mujhse
Tujse dur jao v to kese
Mere apne ko rakhna hei jura tujse
Ye "Zindegi" to thora sa palat
aur fir chale jana
Mere hitse ka sukh
Mere hath me thamake.
-