মনৰ কথা
+++++++
জীৱনটোৰপৰা বেছি আশা
নকৰো।এটা কথাই ভগৱানক
প্ৰাৰ্থনা কৰোঁ যে..
এই কণ্টকময় পথত পৰবৰ্তী
খোজ বোৰ যাতে সঠিক জেগাত
দিব পাৰোঁ।
জানমণি শইকীয়া লক্ষীমপুৰ।-
Jan Saikia
0 Followers 0 Following
Joined 10 September 2022
23 SEP 2022 AT 7:46