✯Iqbaal Sarkar✯   (✍️𝐈𝐐𝐍𝐀)
147 Followers · 342 Following

মহান মাথো এজনেই ll
Joined 29 March 2020


মহান মাথো এজনেই ll
Joined 29 March 2020
2 APR 2022 AT 8:06

চিন্তা চিতাৰ সমান হয়

-


20 JAN 2022 AT 17:35

প্রয়োজন হলে ধাৰ লোৱা মানুহৰ অভ্যাস, আৰু ঘূৰাই নিদিয়াটো পৰিচয়।

-


25 DEC 2021 AT 16:05

নিজৰ ভৰিত থিয় হ'লহে, নিজে সিদ্ধান্ত ল'ব পাৰি।

-


14 JUL 2021 AT 7:18

নিজৰ বুদ্ধিত নিজৰ বাহঁ।

-


24 MAR 2021 AT 19:59

Even a Sandalwood tree needs to age so that it can give its fragrance ll

-


13 MAR 2021 AT 15:49

কিছুমান সিদ্ধান্ত কঠিন যদিও সময়ৰ আহ্বান লগত থিয় দিয়ে।।

-


12 MAR 2021 AT 7:43

কিছুমান সম্পর্ক ওপৰৱালা ধ্বংস কৰে। কিয়নো যাতে সেই সম্পর্কত আপোনাৰ জীবনটো ধ্বংস নহয় ।।

-


24 FEB 2021 AT 19:33

জ্ঞানী মানুহে একেটা ভূলেই বাৰে বাৰে নকৰে।।

-


8 FEB 2021 AT 16:03

আইন অন্ধ কিন্তু আইনৰ মানুহবোৰ নহয় ll

-


26 DEC 2020 AT 16:56



Destiny is the other name for the time between the past and the future ... and luck declares its decision between these two moments

-


Fetching ✯Iqbaal Sarkar✯ Quotes