A Heart Aflame
Finding oneself alone
The charisma of creative you,
Exalting her pulchritudinous.
Methinks
'tis an endeavour of futility
To attempt to capture in ink
The ravishing beauty that doth
shine forth from thy countenance
Leaving my eyes in utter astonishment.
...fair maiden, I shall take up my quill,
And scribble forth a verse, in hopes to capture thy gentle will.
Though mine own skill may falter, and words fail to convey,
My heart, aflame with ardour, shall dictate what I say.
-
Makaan apna
ho na ho
Rubayat apna
ho na ho,
Par ek arsa jarur tha doston ke saath
Pura daur khuda na khasta
Humara khud hi ka hua karta tha.
-The Train Street and Egg Coffee Thoughts trailing Hanoi-
নীৰৱতা তোমাৰ ছদ্মনাম
দিনবোৰ গৈ আছে
বিশেষ এলগৰিথম নথকা
এই
ক্ষুদ্ৰ ৰূপী
মোৰ জীৱনটোত
আজিওযেন পাৰ নথকা সমুদ্ৰৰ মাজত
তৰা বিচাৰি আছোঁ।
হাবাথুৰি খায়
তোমাক হেৰাই যোৱাৰ
এই
অবিৰাম অনুভৱ
না বুজি পালো, নাই বুজাব
পাৰিলো,
নীৰৱতা হ'ল যেন তোমাৰেই ছদ্মনাম।
ঠিক আছে,
ভুল মোৰ, দোষ মোৰ
সকলোতেই।
তথাপি
মোৰ কলমৰ কবিতাৰ বিষয়
তুমি কিয়?
সদায়ে।
তুমি এ নহয় জানো নীৰৱতা।
-
To every darker sunset of our love,
We require a strong lightning...-
:::অনুৰণন:::
মনৰে মায়াত
তুমি জীয়া গান
যেন সুভাসী অনুৰণন
কলাতান;
নাম আজি বৰষাৰ তুষাৰপাত,
নিৰলে ফুলে গোলাপী কৃষ্ণচূড়া।
জোনাকী তাঁতশালখনিত
শ্যামল পৰশ;
যেন সাগৰৰ পাৰে পাৰে
এলানি ধ্যান,
ৰূপ নহয় কোনোবা সৰগ সমান
জোৱাৰ উঠে
লুইতৰেই মাজতে দুভাগতে ।
পৰিসীমাৰ
আৰে আকাৰে ৰাঙলী মায়া;
ব্যঞ্জনা তোমাৰেই মৌসনা কথা
যেন ভঙা তৰাৰ কোনো প্ৰিয়তমা;
মোৰ সুৰৰ আধাৰে
আৱেগৰ আৰাধনা।
তুমি যেন
প্ৰশ্ৰয় অনন্তৰ নীলা উন্মাদন;
প্ৰতিশ্ৰুতিৰ নিৰল কথোপকথন
এক ৰাগ, অনুভূত কাহিনী,
আকাশীগংগা! যেন কাহিনী।-
In the process of being strong men.
There's no rest and stoppage,
Perhaps next time...-
Tansforming one's philosophy.
To the highest form of anything that we can attain:
It's a call of Nirvana.-
It hurts.
You laughed together, cried together.
But, now you cry alone,
you lost the reason to smile forever.-
Zindegi ke us mod par khade hai
Aaj naseeb main makaan aur gari toh hai,
Par khusmizaz dost aur mehboob nhi Rahe!
Kya kare,
Khamosh hu, apni taqdeer ki tarah,
Gham toh tab bhi tha,
Aaj jo bhi hai, bas gham hi hai
Taqdeer nehi, puri wafa a zindegi hi Gulzar ho gaye!
-