কেতিয়াবা এনেকুৱা কিয় হয়, যেন সকলো দিশে জনসমূদ্ৰ অথচ এক বিশাল মৰুভূমি,
অপেক্ষা মাথো সেই বিশেষ মানুহজনৰ,
যেন তেওঁৰ এটা পলকই মোক ঢালি দিব জীয়াই থকাৰ অফুৰত্ন হেঁপাহ,
সজীৱ কৰি তুলিব মোৰ পৃথিৱী, যেন জীপাল হৈ উঠিব মোৰ মৰুভূমি,
মৰহি যাব উলোৱা বুকুৰ গোলাপ পাহেও থন ধৰি উঠিব,
মেঘৰ আৰত লুকাই যাব উলোৱা জোনবাইটিও এধানি মান হাঁহি মাৰি যেন তিৰ্বিৰ্নিহে চতিয়াই যাব মোলৈ-
মেঘখন আজি বৰ উদাৰ, নে অবাধ্য খাইলাস মোৰ চকুযুৰিৰ লেখিয়া;
বৰষিৱ উলাইচে কিন্তু বৰষিব পৰা নাই!
পাৰ ভাঙি নিগৰিব বিচাৰিছে কিন্তু কোনো অজান শক্তিয়ে বাট ভেটি ধৰিছে ,
যেন তব্ধ হৈ পৰিছে মেঘৰ এটা এটা কণিকা, অচিনাকী এক কোঠালিত
এটা অন্ধকাৰ কোঠালিত!
যাক কোনেও কেতিয়াও দেখা নাই ।-
হাৰিও জিকি যোৱা ,
দূখৰ মাজতো সুখ বিচাৰি লোৱা ,
সুখৰ তাগিদাত সৰু সৰু দুখবোৰ আওকাণ কৰা ,
অপ্ৰাপ্তিৰ মাজতো সৰু সৰু প্ৰাপ্তিকলৈ সুখী হোৱা !
এয়াই জীৱনৰ আচল মজা ;
এয়াই আমাৰ জীৱন ;
এয়াই মধ্যবিত্ত,সুখী জীৱন।।।
😌-
নিলিখো আৰু প্ৰেমৰ কবিতা ;
ন'ৰছো আৰু প্ৰেমক লৈ গল্গ ;
নিদিও বোৱাব হৃদয়ত প্ৰেমৰ নদী ;
নালাগে মোক প্ৰেমৰ অনুভূতি ;
স্তব্ধ আজি মই !
স্তব্ধ আজি মোৰ কবিতা !
স্তব্ধ সকলো । । ।-
আচৰিত নহয়নে ???
আমিবোৰে সময়ৰ পিছত দৌৰি ফুৰো অথচ হাতত পোৱা সময়ৰ সদ্ব্যৱহাৰ কৰিব নাজানো ,
এবাৰ পাৰ হৈ যোৱা সময়ক ধিয়াই সংকোচ কৰিব জানো কিন্তু আহিবলগীয়া সময়বোৰ সজাই ল'ব নাজানো ।-
--অনুভৱৰ আৱৰণ--
ভাৱনাৰ মিশ্ৰিত অনুভৱত আৱোৰ গৈ থাকো, প্ৰতিটো মই বিশেষ মূহুৰ্তত;
লিখি পেলাব বিচাৰো আদিৰ পৰা অন্তলৈ সকলোবোৰ,
ভৰাই তুলিব খোজো, অভিমানী পৃষ্টাবোৰ;
মৰম সনা কলমৰ স্পৰ্শৰে,
অভিমান কৰে কলমেও, নিশব্দে,ফূটা নুফূটা আকাৰে;
নিদিয়ে কোনো সঁহাৰি,থমকি ৰয় বাৰে বাৰে ;
আকৌ আধৰুৱা হৈ ৰয় মনত সন্নিৱিষ্ট প্ৰতিটো অনুভৱ ,
আকৌ,
আৱোৰ যাও ভাৱনাৰ মিশ্ৰিত অনুভৱত ___-
মই অভিমানী দেৱাল হৈ থিয় দিম প্ৰেমৰ কেনভাচত ;
তুমি প্ৰৱল ছুনামি হৈ আহিবা,
নিমিষতে সামৰি ল'বা মোৰ অভিমানৰ প্ৰতিটো সৰু সৰু টুকুৰা;
দুয়ো বিলীন হৈ যাম প্ৰেমৰ সাগৰত ।-
পাৰ কৰি অহা ভাল-বেয়া
প্ৰতিটো মূহুৰ্তই সাচি ৰাখিব আপোনাৰ স্মৃতিৰ এলৱামত,
জীৱনৰ কোনোকালত ,হয়তো ই আপোনাক সহায় কৰিব ;
ভাল স্মৃতিয়ে অভিজ্ঞতা সোৱঁৰাব ,
আৰু বেয়া স্মৃতিয়ে শিক্ষা ।-
दूर तुमसे रह नहीं पाती
भूले तुमको भुलाया नहीं जाती,
रहो अगर पूरा दिन कामो मैं
आती रहती हो याद हर सूरत में,
बनाती हो अगर तमन्या की तालिका
उसमे भी नहीं करती हो दूर मैं तुम्हारा ठिकाना,
मेरे प्यारी बिस्तर,
जाने किस तरह के इश्क़ हैं तुमसे,
नामुम्किन हैं पीछा सुराणा तुमसे!
हां , इश्क़ हैं तुमसे ,
नहीं चाहती दूर जाना तुमसे ।।।-