Himashree Das   (হিমাশ্ৰী দাস)
192 Followers · 171 Following

read more
Joined 15 March 2020


read more
Joined 15 March 2020
23 APR 2021 AT 22:36

She:- 😐
He:- 🤔
She:- 😏🧐
He:- 😬😬
She:- kii hoise xudhibo nuara nki🧐
He:- Oh pahori a goisilu😜kua kii hoise?
She:- Kot busy asila☹️
He:- Koto nasilu sn😬
She:- Misa kio mata🙄
He:- Tmk ru misa matim nki moi😚
She:- Accha🙂
He:- Baccha😉
She:- Huhh😏
He:- Fuhh😜
She:- Khng uthibo kin2 mor😐
He:- hoi nki..sau sau kimn khng uthe tmr👀
She:- Tmr murto😒
He:- Mor murto to mr lgte ase🙂
She:- Huhh namatu jua tmk🥺
He:- Nhbo..matibo a lgibo😌
She:- 😁😁
He:- Abhiman kmil darling😜
She:- Um kmil😂tmi to janai
besi xomoy khng,abhiman
kribo nuaru a moi tmk😉
He:- Janu janu moina koliza😘
She:- Love u❤️
He:- Love u bht besi😘❤️

-


2 JUL 2020 AT 21:28

মই জনী নিজেই নিজৰ প্ৰিয়;😊
কাৰণ আনৰ "Temporary" প্ৰিয় হোৱাতকৈ
নিজৰ "Permanent" প্ৰিয় হোৱাই শ্ৰেয় !!🌸💞

-


24 JUN 2020 AT 18:44

৪ জানুৱাৰী ১৯৯৯🎂

-


24 JUN 2020 AT 16:53

এটি
নয়নাভিৰাম
প্ৰেমৰ অনুষঙ্গ ৰচিম
আপোনাৰ সতে....
আপুনি
ভবাৰ দৰেই....
সমাজৰ সন্মুখত
হোমৰ জুইক সাক্ষী কৰি
আপোনাৰ নামৰ সেন্দুৰ শিৰত লৈ
আপোনাৰ
হৈ ৰম জনম-জনমলৈ....

–হিমাশ্ৰী দাস

-


23 JUN 2020 AT 21:55

মোৰ নাম হিমাশ্ৰী
পঢ়ি ভাল পাওঁ মই Shayari !

-


23 JUN 2020 AT 16:00

কিয় জানোঁ হৃদয়ত প্ৰেমৰ শেৱালী জুপিয়ে আমোল মোলাইছে ??

-


22 JUN 2020 AT 22:16


Hey.....
নামটোও নাজানো নহয় তোমাৰ...🙄
কিয় বাৰু সদায় সদায় সপোনত আহি মোক ব্যাহত কৰা??🤔

-


14 JUN 2020 AT 10:08

এখন হৃদয়ত
অনেক কেনভাছ,
তাৰে অভিমানৰটোৰ
আবাসী তুমি...

-


13 JUN 2020 AT 18:59

তুমি মোৰ জীৱনত প্ৰৱেশ নকৰাহেঁতেন; মিছা আশা, প্ৰতিশ্ৰুতিবোৰৰ মাদকতা কিমান তিক্ত,সেয়া হয়তো আজি মই বুজি নাপালোহেঁতেন !!

-


12 JUN 2020 AT 10:12

এটি অন্তহীন প্ৰেমৰ গল্প ৰচিম আপোনাৰ সতে
আপোনাৰ সন্মতি পালে.....
আপোনাৰ উন্মুক্ত হৃদয়ত ৰামধেনুৰ সাতোৰঙ
বোলাই দিম
আপুনি মনেৰে 'ভালপাওঁ' বুলি ক'লে.....

- হিমাশ্ৰী দাস

-


Fetching Himashree Das Quotes