বহাগ
এমুঠি আশা,
এমুঠি হেঁপাহ,
এমুঠি ভৰসা,
এমুঠি অপেক্ষা,
এমুঠি ভালপোৱা,
আৰু কত যে কি........-
শিক্ষাৰ সীমা আছে নে? শিক্ষকতাৰ?
আদিগুৰু 'মা' ৰ পৰা আৰম্ভ কৰি
শিক্ষাগুৰু সকলকে ধৰি জীৱনত সৰু সৰু
ভূল দেখুৱাই দিয়া বন্ধু-বান্ধৱী
সকলো দেখোন মোৰ বাবে, শিক্ষক স্বৰূপেই।
শিক্ষকতা হৈছে এটি সাধনা আৰু এই সাধনাত ব্ৰতী থকা সকলো লৈকে শিক্ষক দিৱসৰ আন্তৰিক অভিনন্দন।-
ন'কৈ থুৰা মেলা ধান জোপাত নিয়ৰৰ টোপাল,সাক্ষী হ'ল কঙালী
দুপৰীয়া পথাৰৰ দাঁতিত বৰ টেঙাৰ জুতি, উপহাৰ এই কঙালী
সন্ধিয়া তুলসীজোপাৰ তলত এগছি চাকি, আশাৰ বতৰা এই কঙালী
একো নথকাৰ পিছতো ৰৈ যোৱা খিনিয়েই কঙালী।-
বহাগ ক'ত নাথাকে?
ঢোল, পেঁপা, গগনা, গামখাৰু, জেতুকাতেই
জানো বহাগক বিচাৰি পাওঁ?
মই দেখোন তাই কৰা অভিমানবোৰ আৰু
সি দিয়া মৰমবোৰটো ব'হাগ দেখো..
ব'হাগ থাকে কাৰোবাৰ অপেক্ষাত আৰু কাৰোবাৰ প্ৰাপ্তিত।
বিহুদিনাখন আইতাই ককালৈ চাই মাৰা
মিচিকিয়া হাঁহিটোও দেখোন ব'হাগ..
মনৰ মানুহজনে চাবলৈ আহিব বুলি
বাটলৈ চাই থকা সেই চকুদুটিও ব'হাগ।
বহু বছৰৰ পিছত ল'ৰা, বোৱাৰীৰ সৈতে ঘৰলৈ আহিব..
মা দেউতাকৰ মনত উথলি উঠা আনন্দখিনিৰ সাক্ষী ব'হাগ।
বিহুটিত নতুন চোলা পিন্ধিম বুলি
গোটেই বছৰ ৰৈ থকা ল'ৰা ছোৱালী দুটিৰ ওঁঠত বিৰিঙি উঠা হাঁহিত আছে ব'হাগ।
বহাগতেই দেখোন আশাৰ ফুল বোৰ ফুলি উঠে,
বহাগ আমাৰ অন্তৰত আছে।
বহাগ আমাৰ উশাহে উশাহে।-
Everyone says, 'opposite attracts.'
The irony is that it only attracts.-
The first move was always from your side.
Your approach.
Your proposal.
Even your decision to move on.
But why the pain is still mine?-
The one thing is constant in people's life is change.
Change is necessary.
Change is beautiful.
Accept the change.
Go with the flow.
-
My friends are my family.
When one advices me like my father, one cares for me like my mother.
We fight all the time,but he always stands up for me;he is like my sibling.
We share our thoughts. She knows all my secrets,still accompanies me in my dark;she is like my life partner.
They are all mine. I am for them.-