Hafizur Rahman   (© Hafizur Rahman)
25 Followers · 15 Following

Joined 13 July 2019


Joined 13 July 2019
27 AUG 2023 AT 3:16

লাগেনে বুকু যেন আধৰুৱা? খেলিমেলি প্ৰতিটো পুৱা হেঁপাহতে নিজক সজোৱা ভাৱনাতে তুমি যেন মোৰ।🥺🥰

-


2 MAR 2022 AT 19:01

ছোৱালী..
•কিছু কিছু ক্ষেত্ৰত আমি ছোৱালী সকলক মিছাতে দোষাৰোপ কৰোঁ। ছোৱালী এজনীয়ে কি বিচাৰে কোনোবাই জানো এবাৰ হ'লেও ভাবি চাই, ছোৱালী এজনীয়ে বিচাৰে তাইৰ আপোন মানুহখিনিৰ লগত থকাতো, তেওঁলোক সদায় ভালে থকাটো, তাই প্ৰিয়জনৰ লগত এখন সুন্দৰ সংসাৰ, নিজৰ ঘৰখন কেনেকৈ সপোনৰ ঘৰখন সাজিব পাৰে সেয়া ভাবে। সকলো ছোৱালীয়েই টকা পইচা দেখি প্ৰেম নকৰে। কিন্তু নিজৰ প্ৰয়োজনীয়তা খিনি সকলোকে লাগে, ছোৱালী হওঁক বা ল'ৰাই হওঁক! ছোৱালী এজনীয়ে যদি মাক দেউতাকৰ কথা শুনি, তেওঁলোকৰ কথা মতে অচিনাকি মানুহ এজনৰ লগত বিয়া হৈ গুচি যায়, তেতিয়া ক'ব, সেইজনী টকা লুভীয়া, তপা uncle ৰ লগত বিয়া হৈ গুচি গ'ল, আৰু যদি তাইৰ প্ৰিয়জনক এৰিব নোৱাৰি তেওঁৰ লগত গুচি আহে, তেতিয়া মানুহে ক'ব এনেকুৱা ছোৱালী নোহোৱাই ভাল, নিজৰ জন্ম দিয়া মাক দেউতাকৰ কথা এবাৰো নাভাবিলে আৰু যদি মাক দেউতাকৰ কথা ভাবি তাই নিজৰ ভৰিত থিয় হৈ প্ৰতিষ্ঠিত হৈ মাক দেউতাকৰ লগতে ঘৰখন ধুনীয়াকৈ চলাই আছে তেতিয়া মানুহে ক'ব, তাই ক'ত বিয়া হ'ব, তাই ভাল নহয়, তাইৰ চৰিত্ৰ বেয়া, এয়াই কৃত্ৰিম পৃথিৱীৰ মানুহৰ মানসিকতা..!আচলতে যিবোৰ মানুহে ছোৱালীৰ জীৱনটো সহজ বুলি ভাবি এনেকুৱা ধৰণৰ কথাবোৰ কয়, আশা কৰোঁ তেওঁলোকৰ ছোৱালী সন্তান হোৱাৰ পিছত এই কথাবোৰ বুজি পাব আৰু ছোৱালী সকল তোমালোকৰ মনটোৱে যি বিচাৰে সেইটোৱেই কৰা কিন্তু সদায় ভাল চিন্তা কৰিবা যাতে সুখী হৈ থাকিব পাৰা।❤️🌻

-


18 JAN 2022 AT 20:11

প্ৰিয়জন💕

আধৰুৱা তোৰ অবিহনে জীৱনটো! যাৰ কথা কৈ শেষ নহয়, সেই জনী ❤️ যাৰ ব্যৱহাৰত মাৰ ছাঁ দেখোঁ। সাহস পাওঁ তই কাষত থাকিলে! বিশ্বাস কৰোঁ বাবে প্ৰত্যেকটো কথা নিজৰ ওচৰত লুকুৱাই নাৰাখি সকলো কৈ দিওঁ। তোক ভাল পাওঁ! কিন্তু কিমান ভাল পাওঁ তোক বুজাব নোৱাৰিম। তোৰ প্ৰতিটো কথা মনত ৰাখিবলৈ আৰু মানিবলৈ চেষ্টা কৰোঁ! তোক বহু মিচ কৰোঁ! কিন্তু কিমান কৰোঁ ক'ব নোৱাৰিম।

সপোনবোৰ তোক লয়ে দেখোঁ সদায়। ভুকুখনৰ ধপঢপনিটো বাঢ়ি যায় তোৰ লগত কথা পাতিলে! যি মোৰ ভাল আৰু বেয়া চব সহ্য কৰে আৰু মোৰ ভাল কোনটো আৰু বেয়া কোনটো জনাই দিয়ে, সেই জনী। মই একো নক'লেও মনৰ ভাৱ বুজি পায় তাই! তোক হেৰুৱাৰ ভয়ত একেবাৰে নিজৰ কৰি লব মন যায়। তোৰ লগত কথা পাতিলে সময় কেনেকৈ পৰ হৈ যায় একো বুজি নাপাওঁ। বহুত খং উঠে তোৰ মেচেজ লেট ৰিপ্লাই আহিলে। কেতিয়াও তই মোৰ মেচেজ লেট ৰিপ্লাই নিদিবি! যদি কিবা কাম আছে মোক কবি! তোক অবিশ্বাস নকৰোঁ। কিন্তু আনৰ হোৱাটো নিবিচাৰোঁ বাবে আন লগত কথা পাতিলে হিংসা লাগে।

তোৰ প্ৰত্যেক খন ফটোৰ সদায় চাওঁ, তোৰ ফটোত কি আছে নাজানো কিন্তু চাওঁ। বহুত ভাল লাগে তক। তই Good night কোৱাৰ পাছতোঁ অনলাইন নাথাকিলেও তোৰ লাষ্ট চিন চাওঁ, তই By কোৱাৰ পাছতো আমাৰ মেছেজবোৰ আৰু তোৰ ফটো আকৌ চাওঁ।
💞💞💞💞💞

-


29 SEP 2021 AT 6:22

পুৱাৰ বাণী,

মধ্যবিত্ত পৰিয়ালৰ ডাঙৰ সন্তানৰ Sacrifice কি ভাল কে জানো।🥀🦋

-


22 AUG 2021 AT 8:16

দাদা..! তুমি নিজে ১২ বাতাৰি হৈ আকৌ প্ৰয়োজন Loyal বিচাৰি ফুৰা যে অলপো লাজ নালাগেনে..!
🦋🙂✨

-


22 AUG 2021 AT 8:13

জীৱনটো এনেকুৱাই তুমি মোক ভালপোৱা, মই বেলেগ এজনীক ভাল পাওঁ, তাই আকৌ বেলেগ এজনক ভাল ~ এয়াই বাস্তৱ।🥀✨🦋

-


22 AUG 2021 AT 8:11

হব লগা মাইকীজনীক বাদ দি চবকে 'happy rakhsa bandhan' 😁

-


22 AUG 2021 AT 8:10

প্ৰতিজন Ex ক Raksha Bandhan ৰ শুভেচ্ছা জনালোঁ।🤣😂

-


1 AUG 2021 AT 13:37

Sacrifice আৰু Compromise এই দুটা শব্দৰ বিষয়ে ভালকৈ জানো 🙂 কাৰণ মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছোঁ।✨🥀

-


1 AUG 2021 AT 13:37

Behaviour is more important than looks.

কিন্তু বাস্তৱত ইয়াৰ ওলোটা হৈছে।🙂✨

-


Fetching Hafizur Rahman Quotes