Gouranga Sarmah   (গৌৰাংগ শৰ্মা🌈🍂)
33 Followers · 25 Following

read more
Joined 6 June 2021


read more
Joined 6 June 2021
30 MAY 2024 AT 19:10

habits are like weeds. the longer you allow them to grow, the harder it is to uproot them. it is wise

-


12 JUN 2022 AT 20:08

একাজলি মৰম


তুমি হাঁহিলে তোমাৰ মুখখনি

আৰু ধুনীয়া হৈ পৰে

সদায় হাঁহিয়েই থাকিবাচোন

চকুত তুমি কাজল ললে তোমাৰ চকু দুটি

এনে লাগে যেন সাগৰৰ দৰে গভীৰ

সদায় এনেকৈয়েই থাকিবাচোন

আনক কৰাৰ দৰে মোকো অলপ মৰম কৰিবাচোন

তোমাৰ একাজলি মৰম মোকো দিবাচোন

পাৰিবানে দিব

-


2 MAR 2022 AT 11:49

জীৱনত ডাঙৰ হোৱা, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহিবলৈ শিকা, কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জয়ী হোৱা, কিন্তুু কাকো ঠগি নহয়। জীৱনত সুখী হোৱা, কিন্তুু কাকো কষ্ট দি নহয়।

-


1 MAR 2022 AT 23:00

কোনো পুৰুষে যদি

কোনো নাৰীক সন্মান দিয়ে

তেন্তে বুজিবা যে সেই পুৰুষ কোনো

সন্মানীয় নাৰীৰ পুত্র।

কিয় জানেনে এজনী সভ্য মাকেহে

তেওঁৰ পুত্রক সভ্যতাৰ শিক্ষা দিয়ে।


-


16 DEC 2021 AT 22:34

Stop comparing yourself to others. ..

-


14 DEC 2021 AT 8:14

মোৰ হিয়াৰ এটা কোণত তুমি এতিয়াও বৈ আছা এখনি নৈ হৈ😊

-


10 NOV 2021 AT 12:36

নদী খনক সুধিলে গম পাবা , জীৱন পথত অবিৰতভাৱে
আগুৱাই যোৱাত বাধা কিমান ?
গছজোপাক সুধিলে গম পাবা, আনক ছাঁ দি, নিজে ৰ'দ-বৰষুণত থিয় দিয়াৰ কষ্ট কিমান ?

-


28 OCT 2021 AT 15:57

কাজলা চকুৰে
তোমাৰ সেই হাঁহিটি
ৰামধেনু বুলিয়া
তোমাৰ চুলিটাৰি
বলিয়া কৰিলে মোক ......!!
নামিলে বৰষাৰে আবেলি
নিশাহত হেৰালে ঘুমুতি....!!

-


10 OCT 2021 AT 21:16

হিয়া দিয়া নিয়া

-


28 SEP 2021 AT 22:21

I look into your eyes

-


Fetching Gouranga Sarmah Quotes