টকাৰ মৰ্য্যদা কিমান
টকা থাকিলে তুমি অনুষ্ঠানৰ প্ৰধান অতিথি,
টকা থাকিলে তুমি গাঁৱৰ প্ৰধান,
টকা থাকিলে তুমি বিশিষ্ট সমাজ সেৱক,
টকা থাকিলে তুমি গৰীবৰ বন্ধু,
টকা থাকিলে তুমি শহুৰৰ ঘৰৰ আদৰৰ জোঁৱাই,
টকা থাকিলে তুমি আত্মীয়স্বজনৰ ওচৰত সকলোতকৈ নামীদামী মানুহ,
টকা থাকিলে তুমি বন্ধুৰ খুবেই ঘনিষ্ঠ বন্ধু,
টকা থাকিলে তুমি পত্নীৰ ওচৰত শ্ৰেষ্ঠ স্বামী,
টকা থাকিলে তুমি সন্তানৰ ওচৰত শ্ৰেষ্ঠ পিতৃ,
#যাৰ ওচৰত টকা নাই,তাৰ ওচৰত একো নাই!-
Gobinda Bhowmik
(Gobinda Bhowmik)
46 Followers · 33 Following
Student as a social worker(Social service secretary)
Joined 26 May 2019
10 NOV 2021 AT 23:15
22 DEC 2020 AT 10:34
এটা সপোন বহুদিন ধৰি কৰিছে আমনি,সপোনবোৰ মায়াবী মই নজনা নহয়,সপোনবোৰ আৰু জটিল কৰি তুলিচা তুমি আহি,মায়াৰ ৰং সানিছাঁ,
এটা সপোনৰ ভিতৰতে আৰু অন্য এক স্বপ্ন ৰচিছা,প্ৰতিটো কাহিনীতে মুখ্য চৰিত্ৰ তুমি।
হয়তো তুমি নাজানা,তুমি কাৰোবাৰ হাজাৰ সপোনত খেলা খেলি।-
9 DEC 2020 AT 10:19
I am from middle class family❤️
i can't give you money😔
but I can give you lots of love❤️😘-
13 AUG 2020 AT 11:37
*कुछ रिश्ते हैं*
इसलिए चुप हैं,
*कुछ चुप हैं*
इसलिए रिश्ते हैं।-
24 APR 2020 AT 8:40
बारिशों में भीगना
गुज़रे ज़माने की बातें हो गई
कपड़ों की क़ीमतें
मस्ती से कहीं ज्यादा हो गई..!!-
21 APR 2020 AT 23:25
Rona_bhut_aasan_hota_hai
Lekin_har_situation ko
Sambhal kr_hi_to_aap_aage badh_paoge, Rote_rahoge_to_wahi_ruk _jaoge-
22 FEB 2020 AT 22:59
Koi hame block kare,
ya koi hame lock kare,
par ham to usi ke Naseeb me hoge,
jo mere Dil par khud aa kar nock kre-