Peace of mind💫
-
দেখিবা সকলো সপোন বাস্তবায়িত হব
কিন্তু লাগিব অধ্যৱষায়, ধৈর্য আৰু অপৰিসীম কষ্ট.....-
সেই বেয়া সময়খিনি তেতিয়াই পাহৰিব শিকিলো
যেতিয়া প্রতিযোগিতাৰ জগত খনত ব্যস্ত হ'ব শিকিলো।।।-
সেইবুলি হাৰ মানিলে নহব সেই সময়কো নেওচি আগবাঢ়ি চেষ্টা কৰাই তোমাৰ আচল শক্তি
-
তেতিয়া সপোনবোৰ বাস্তব কৰাত সফল হবা আৰু তেতিয়া সুখৰ বন্যাত নিজৰ সেই কষ্টবোৰৰ আঁৰত লুকাই থকা দিনবোৰত নিজক বিছাৰি পাবা
-
মনত পৰিছে সেই সৰুকালৰ স্মৃতি সেই সুমধুৰ সময়ৰ সুমধুৰ ক্ষণৰ স্মৃতি সেই কাগজৰ নাও বনোৱা সেই ৰঙীণ ধেমালিবোৰ।।।
-
বহুত কথা.........
সময়ে, শিকাইছিল মোক দুখবোৰ পাহৰি সুখবোৰক আপোন কৰিব.......
সচাঁই জীৱনৰ বাটত প্রতিটো মূহুর্তত সময়ে বহু কথা শিকায়-
ये केहने के लिए शब्द कम पड़ जायेगा इनका देश के लिए प्यार सन्मान सबसे ज्यादा हे और ये अपने देश के लिए कुछ भी कर सकते हैं
-