কতনো হেৰাই গল
কতনো হেৰাই গল সেই ভালপোৱা সপোনবোৰ
দিথকৰ পৰা আজি মৰিছিকা যেন লাগে।
কতনো হেৰাই গল সেই হাহি বিৰিঙুৱা মুখনি
কেবল মাথু প্ৰতিপল খঙৰ ছাঁ হে বলে।
কতনো হেৰাই গল সেই আপোন আপোন
যেন লগা সময়বোৰ,
আজি যেন অচিন প্ৰেয়খি হয়
খেলি ফুৰিছে লুকা ভাকু।
যন্ট্ৰ এটিৰ নিচিনাক ছলি গৈ আছু মাথু
ৰৈ আছু কেতিয়ানো সংযোগ বিচ্ছিন হয়।
কতনো নাইকীয়া হল কবিতা ভাল পোৱা
নিবীৰ লৰা জন,
আজি যেন চাৰিও কাখে
নীৰখ গান হে বজে।
কতনো নুহোৱা হল সেউজীয়া প্ৰকৃতিৰ মাজৰ
পাতল উশাহ লৈ ভাল পুৱা লৰা জন,
আজি যেন চৌ দিশে প্ৰদূশণে আৱৰিছে।
দাপোনৰ আগত মূখনি ছাই
চিনিব নোৱাৰা হৈছো,
নিজকে কেতিয়াবা নিজানে শুধো,
এয়া ময়েনে মোৰ নিচিনা অইন কোনোবা?
নিজৰ ছাঁ টুয়ো যেন লগ্ নিদিয়া হৈছে,
কিজানিবা সিও মোক চিনিব নোৱাৰি
অইন কুনোবা বুলি পাহৰি গৈছে।-
এন্ধাৰ নিশাত তৰাৰ পোহৰত
জিলিকি উঠা কোমল হাঁহি।
গধূৰ আৱৰণ ফালি চুই যোৱা
শীতল মলয়া চাতি।
বৈ অহা নিজৰাৰ কুলো কুলো শব্দই
কিনো কই সুনি চোৱা কান পাতি।
মুকলি আকাশৰ সুৰীয়া পক্ষী বুৰে
তুমালৈ বুলি গাইছে প্ৰেমৰ গান,
গছ বিৰীখে তোমাক দেখি লাজতে চুণ
পিন্ধিছে সেউজীয়া বিহুৱান।
পৰুৱাৰ জাক তুৱে কঢ়িয়াই আনিছে
টোমালৈ বুলি প্ৰেমৰ বতৰা,
আশা পুৰাবলৈ পপীয়া তৰাতি হৈ
সৰি পৰিছো দূৰ আকাশৰ পৰা।
ফুল হৈ ফুলিবা মনৰ বাগিছাত
বিপুল সুগন্ধী বিলাই,
ভোমোৰা হৈ চুপি নিম প্ৰেমৰ মিঠা মৌ
হৃদয় দুখনি মিলাই।
দ্বীপ জ্যোতি কলিতা।-
মনৰ কথা বোৰ কাকনো কম খোলি,
ককনো সাৱটি ল ম আপোন বুলি,
ভাগী যোৱা হৃদয় এখিলা শুকান
কৰ কৰিয়া পাতৰ নিচিনা হৈ,
জত এটোপালোঁ ৰখ নাইকীয়া হৈ,
নিজে মৰি আনৰ হবলৈ দিয়াটো কিমান কথিন,
হেৰুওৱা জনক চাবা সুধি,
মাজ নিশা সাৰ পোৱা,
এন্ধাৰত অকলে বহা,
নিজানে আকলখৰে পুৰণি গীত গোৱা,
পাইছানে জীৱনত কেতিয়াবা এনেকুৱা অনুভূতি।
দ্বীপ জ্যোতি কলিতা।-
এচাতি নীবিৰ মলয়া হৈ
বৈ আহিব তোমাৰ কাখলে,
জাচিব প্ৰেমৰ বতৰা,
তুলি লবা আঁল ফুলে
হেপাহৰ প্ৰতিতো কণা,
প্ৰেমৰ আচলত
বিশ্বাসৰ সুতাৰে বোৱা
মৰম নামৰ চাদৰ খনি উৰি
হবা এদিন তুমিও কইনা।
দ্বীপ জ্যোতি কলিত।-