অই , কি জান .. ভালপোৱাবোৰ শেষ হৈ গৈছে লাহেকৈ ছোন অ ...
বুকুখন এতিয়া তেনেই উদং
অভিমানবোৰো অৰ্থহীন
দুচকুত এগালমান শূণ্যতা
আৰু শব্দবোৰ হৈ পৰিছে ভাষাবিহীন
ইয়াতেই অন্ত নেকি বাৰু সেই জীৱন কাহিনীযত আছিল কেৱল কাহানিবা এযাক নিৰ্ভেজাল হাঁহি ......
-
Survivor by work
Practicle by feelings
Free by soul
আজি শব্দবোৰো নোহোৱা হৈছে
তোমাৰ বাবে সাঁচি থোৱা অভিমানবোৰো নিৰৱ হৈ উঠিছে
তুমি যে কোৱা তুমি বুজি পোৱা সেই নিশব্দ প্ৰতিতো কথাই মোৰ
সকলোবোৰ যেন এটি অতিত
হৈ কৰৱাত নিঠৰুৱা প্লাৱন হৈ ফুৰিছে
-
अगर मे बोल पाति
तो सायद मे मांग लेती
उस रब से थोड़ा सुकून
तेरे लिए अपने हि हिस्से से
पर मेरे मालिक तो सायद
रूठा बैठा हे मुझसे हि
नजाने किउ कई बरसो से ..
-
इस प्यार को जीना
उसको संभाल के रखना
और उसीके साथ
आखिर तक खरे रहना
-
আজি আছো বাবেই গতিশীল সময়ৰ হাতত
আগবঢ়াই দিছো জীৱনটোক
শুনিছো ই হেনো সকলো নিজৰ মতেহে কৰে নামানে কাৰো ৰাজনিতী
নামানে কোনো অৰ্থনিতী
আৰু দি যায় সকলোকে একো একোটা নিজচ্ছ কৰ্মফলৰ বৃহৎ জুতি ।-
মানুহৰ দুখ আৰু সুখবোৰ নিজা
তথাপিতো সুখৰ সমভাগী সমাজখন হয় কিন্তু দুখৰ ভাগ কেৱল হৃদয়খনেহে লয়-
You give your silence there
Where your words are
Become meaningless ..
-
তুমি মুক্ত সদায় সেই সকলো এনাজৰিৰ পৰা
যাৰ দেখি নোপোৱা কোণত
কৰৱাত ৰখি আছে জীৱন অপেক্ষাত এজাক প্ৰভাতৰ ।
-