Debojeet Talukdar   (দেৱ)
227 Followers · 425 Following

Life is a positive story.


16th may (my day)
NF Railway
Joined 26 August 2019


Life is a positive story.


16th may (my day)
NF Railway
Joined 26 August 2019
29 MAR AT 19:05


এই যে আৱেগবোৰৰ কথা সুধিছে ,
সিহঁতৰ এতিয়া সময়ৰ অভাৱ !
সিহঁত এতিয়া মাথো
ব্যস্ত নিজৰ স্বাৰ্থবোৰৰ সৈতে !!!

-


30 DEC 2024 AT 21:50

এতিয়া শব্দবোৰতেই ঠেহ লাগিল !!!
আলস্যতাৰ অভিমান আৰু ......
এবুকু মৌনতাৰ হিমালয়ত
হেৰাই যোৱা উপক্ৰমৰ উশাহ!!!

-


28 DEC 2024 AT 12:40

Life is like a healthy recipe.

-


4 SEP 2023 AT 18:38

`আপোনাৰ উদাসী মনটোক.......
জীপাল ৰখাৰ দায়িত্ব
আপোনাৰ হাতত.......!!!´

-


19 JAN 2023 AT 8:59

মৌনতাৰ উশাহত জীয়াই থাকক....!!!

-


3 OCT 2022 AT 23:13

তুমিন্যাসৰ সোণৰ সেলেঙীত এটা অভিমানৰ টুকুৰাই জী উঠে !!!!

-


3 AUG 2022 AT 18:57

আমি জীৱনৰ
সেউজীয়া উশাহ !!!!

-


31 JUL 2022 AT 10:52

সাধনাবোৰ প্ৰিয়

-


30 JUL 2022 AT 7:49

International Friendship Day

-


24 MAR 2021 AT 11:42

মা -দেউতা আৰু আৱেগিক কাহিনীবোৰ ~~~
কোনো বিলাসিতা নিবিচাৰে তেওঁলোকে।
ৰং আৰু ৰেঙনি চেনেলৰ চিৰিয়েল কেইখন চাইয়ে সুখী তেওঁলোক !!!!!!!

-


Fetching Debojeet Talukdar Quotes