Chiranjit Shivam   (Chiranjit Shivam)
32 Followers · 6 Following

Writer of Rose Petals and Fruits of madness two books of poems
Joined 4 February 2018


Writer of Rose Petals and Fruits of madness two books of poems
Joined 4 February 2018
23 MAR AT 14:21

Echo of silence

Silence is itself a voice
To supress the haphazard noice
Question of the reality
Swinging in the pendulum of duality

The echo linger in the vicinity
Answering the question of abnormality
To sustain what that is not there
It's the echo of silence everywhere

-


23 MAR AT 2:09

এই পগলা

সেইটো তাৰ নাম নহয়
তোমালোকে দিয়া নিৰ্লয্য উপাধি
কেতিয়াবা সুধিবা চোন তাৰ নাম টো কি
মই জানো কব সি

সি ৰস্তায়ে ঘাতে ঘূৰি ফুৰা দেখা
তৃপ্তি বাবে তাক উপলুঙা কৰা
কি চলে তাৰ হৃদয়ত তুমি জানো বুজা
তাৰ জীৱনটো বিষয়ে জানিব জানো তুমি খোজা

এই পাগলা
এইটো কিবা সম্বুধন হল নে
তোমাক সুধিছো তুমি মানুহ নে
যদি হয় তোমাৰ মানৱীয়তাৰ কত
তুমাৰ আন্দ , দুখ তাৰ যত

এখন পৃথিৱী দুটা পৃথক দৃষ্টি ভংগী
হব পাৰিব জানো তুমি তাৰ সঙ্গী
সহায়ৰ হাতখন তুমি আগবঢ়াই চাবাচোন
তাৰ পিছত বুজিবা সি কোন ।

-


15 MAR AT 20:34

জীৱনে সাধুটো তেওঁক লৈয়ে লিখিলে
তাপ অনুতাপৰ মাজত আবেগে চকু মেলিলে

-


11 MAR AT 22:22

নীলকণ্ঠ
গঙ্গাক যোনে জতাঁত ধৰি ধৰালে বোৱালে
বিষ পান কৰি তেওঁ নীলকণ্ঠ নাম ললে
শ্মশান যাৰ বাসস্থান যত তেওঁ সৰ্ব বিয়াপী
কালৰো কাল তেওঁ মহাকাল তেঁও এ জতাধাৰী

ভষ্ম যাৰ আৱৰণ তেঁওয়ে ত্ৰিলোচন
তেঁও আছিল আদিতে তেওঁক লৈয়ে এই ত্ৰিভূৱন
যাৰ নেত্ৰৰ নয়নেৰে সৃষ্টি ৰুদ্ৰক্ষ
তেঁও মোৰ প্ৰভু তেওঁৰ ওপৰত অগাধ বিশ্বাস

যাৰ বোলে কোনো নাই তাৰ বোলে ভগৱান আছে
কথা টো সত্য মোৰ লগত ভোলানাথ আছে
লিখিমনো কি আৰু তেঁওয়ে লিখি আছে
মই মাথো চিয়াঁহী বাকী তেওঁয়ে ৰচিছে।

-


1 MAR AT 22:55

আজি নিজক সময় দিলো ‌।
সদায় নো কিমান মেচিনৰ দৰে চলিম
বুজি উঠিলো নিজৰো নিজস্বতা, কিছুমান ভাল লগা থাকে।
এই যে নিজলৈ বনোৱা চাহ কাপ তাৰ মাদকতা এ সুকীয়া , হয়টো ৰেস্তোৰাঁৰ দৰে নহব পাৰে
কিন্তু নিজেই বনোৱা তাৰ এক বেলেগ তৃপ্তি।
অকলসৰে নিজক লৈ কটোৱা সময় যত নষ্টলজিক হৈ পৰে ভাবি অতীতক, সেই সময় খিনি নিজক দিব লাগে নহলে নো কি আমিতো জীয়াই আছোঁ কিন্তু নিজৰ বাবে নো কেতিয়া জীয়ালো ?

-


1 MAR AT 20:05

Void of emptiness

What is feels to be emptiness
When you have a whole world of nothingness
It's the void that creeps
Blank are the life pages it seems

Dark is dark than the darkest darkness
Nowhere to find the happiness
Eyes are scary to see the lights
In a turmoil a poet writes

-


26 FEB AT 23:55

Writings

I play with words
Cuddle it as my own baby
Its for you to decipher
The power of creativity

I leave a mark in my writings
It's for you to gaze
Collections from my very heart
Step in to be a part

Metaphors are kind of striking
For I use it often
Best part is the rhyming
It is with me from the beginning

-


23 FEB AT 19:02

Dark is dark than the darkest darkness
Nowhere to find the happiness
Eyes are scary to see the lights
In a turmoil a poet writes

-


13 FEB AT 17:28

PARENTS


Almighty blessings have showered upon us
That’s why we have parents with us
God is everywhere he is the creator
My parents are my God
They are my Creator

I could see this world
All because of them
Learned to walk the first step of life
Holding trusty fingers of them

Mother gave me the mother tongue
Father his surname
I could today read and write
It’s all because of them

The high fever of the nights
And tears in their eyes
The sick-bed in the hospital
And my parents by the side
Then why pray the idol God
When they are with us

The mistake of the young age
And the wrongs when grown
Are all forgiven by them
So they are my God
I will worship them

-


11 FEB AT 12:50

WELCOME TO MY WORLD
Chiranjit writings

-


Fetching Chiranjit Shivam Quotes