আৰম্ভণিবোৰ ভোগালীহৈ আহে
মাজৰ সময়চোৱাত বʼহাগী ৰূপ লয়
আৰু সময়ৰ সোঁতত কঙালী হৈ
ভাহি উঠে চকুপানীৰ সেই শেও লাগি যোৱা ঠেহঁবোৰ.... ।।-
সময় মোৰ কাৰণে প্ৰত্যাহ্বান
আৰু প্ৰতিটো চেকেণ্ড
তাৰ আগজাননী... !!
আৰম্ভণিবোৰ ভোগালীহৈ আহে
মাজৰ সময়চোৱাত বʼহাগী ৰূপ লয়
আৰু সময়ৰ সোঁতত কঙালী হৈ
ভাহি উঠে চকুপানীৰ সেই শেও লাগি যোৱা ঠেহঁবোৰ.... ।।-
ভালপোৱাৰ অজুহাত দি
মোক আকৌ কʼলা মেঘৰ
মাজলৈ লৈ নাজাবা,
অন্ধকাৰ কোঠাবোৰত তুমি
অদৃশ্য হৈ পৰা... !!
-
আঁইনাৰ ফালে চায় মোলৈ কৈছিল,
তোমাক সঁজাৰ ভিতৰতে ভালপাৱ বিছাৰো... 🙄-
ভাৱ হয় কেতিয়াবা,
তোমাৰ ফোন নম্বৰটো
মোৰ ফোনৰ call list ত
একেবাৰে ওপৰত জিলিকি থাকক ।।
-
সপোনৰ বাট আগুৰি
কোন তুমি অভাগিনি,
আধা বাটৰ লগৰী হৈ
চকুৰ টিপনিতে হেৰায়
যোৱা তুমি অভিমানী.... !!-
এতিয়াই উৰা হেঁপাহ পলুৱাই,
কি ঠিক কালি যদি তোমাৰ
পৰিৱেশে সলনি হৈ যায় ।।
-
ঘৰ.....
আঁদৰ, সমাদৰ আৰু অনাদৰ
এই তিনিটিয়ে এখন ঘৰৰ মূল দূৱাঁৰ.... !!
-
পিছত পৰি ৰোৱা
অতিত খুচৰি
চোঁতালৰ গোলাপপাঁহ
শুকায় যাবলৈ নিদিবা...-
শুকান মনটোৰ কাষতে
এটা এটাকৈ পৰি ৰৈছে
আশাৰ পাতবোৰ,
যʼত তুমি মই সামৰি
নতুন জীৱন দিয়াৰ কথা আছিল...।।-
চাহখিনি কাপত বাকি
চিপ্ পৰা দৃশ্যটো
তোমাৰ সহ্য নহয় চাগে,
সেইকাৰণে মোৰ মুখৰ
সন্মুখত ধোৱা হৈ ঘূৰি ফুৰা...-