বুকুখন বিষাই...
তই যে আৰু কাষত নাই...
বছৰ গৰকি গ'ল...
স্মৃতিবোৰ সতেজ হৈয়ে ৰ'ল...
জাননে তোক সপোনত এতিয়াও দেখা পাওঁ...
সাৰ পাই দেখো এয়া মাথো সপোন__ দিঠক যে নহয়...
মনটোক মই কেনেদৰে বুজাওঁ...-
Chinmoyee Saikia
(Chinmoyee's)
24 Followers · 19 Following
I love reading poem...
So Trying to write my self...
So Trying to write my self...
Joined 19 February 2020
25 NOV 2022 AT 22:43
26 AUG 2022 AT 20:55
Teri hasi me hain itni dillagi...
Teri hasi me hain itni dillagi...
Ae gustakh dil kahi ishq na ho jaye phir se mujhko bhi...-
1 JUN 2021 AT 16:11
মৃত্যু চমু চাপিছে বুলি জানিলে হয়টো জীয়াই থকাৰ হেপাঁহকণ দুগুণে বাঢ়ে...
সেয়ে জীয়াই থকা দিনবোৰ হাঁহিৰে উপচাই পেলাব লাগে...
কোনে জানে তোমাৰ জীৱনৰ ক্ষণ গণিবলৈ বা কিমান বাকী আছে...-
16 MAY 2021 AT 21:26
...জীৱন...
সুখ - বিষাদৰ
হাঁহি - কান্দোনৰ
প্ৰাপ্তি - অপ্ৰাপ্তিৰ
জন্ম - মৃত্যুৰ
সেই ঘূৰ্ণিপাকেৰেই সৰকি যায় সময়ৰ এই কাড়...
-
28 APR 2021 AT 13:03
এইয়াই জীৱন..
মৃত্যুৰ পথলৈ বুলি আমি ধাৱমান...
কি পাপ, কি লোভ, কি মোহ...
আজি আছো কালি নাই,
হয়টো এইয়াই জীৱন...-
28 MAR 2021 AT 11:10
বাধাই জানো পথভ্ৰষ্ট কৰিব পাৰে....।
যদিহে ইচ্ছাশক্তিয়ে তোমাক প্ৰেৰণা প্ৰদান কৰে.....।।-
26 MAR 2021 AT 9:49
সময়ৰ সোঁতত বিলীন হৈ যায় স্মৃতিৰ ৰঙীন কায়া....।।
দিঠকৰ পৰশ নাপাই হেৰায় যায় সপোনৰ সাতোৰঙী মায়া....।।-