তোমাক কাষত বিচাৰোঁ তেতিয়া ;
তোমাৰ বুকুৰ উমে দিয়ে হিয়া উপচাই ;
তুমি তুমি লগা সুবাস আজি ক'ত যে গ'ল হেৰায় ।
তোমাৰ সতে কৰা ধেমালিবোৰ ,
তোমাৰ বাবে থকা অনুভৱবোৰ ;
আজিও মনলৈ আহে সেই দিনবোৰ ।
টিপ্ টিপ্ টিপ্ বৰষুণ টিঙত ;
তোমাৰ বতৰা বৈ আহে পানীৰ সোঁতত ।
চাওঁ নাচাওঁ বুলি ভাবিও যেন নিথৰ ;
অযুত প্ৰশ্নৰ হৃদয়খনে উত্তৰ বিচাৰেনো কিহৰ ?-
জোনাক ভাল পাওঁ 🌃
মুখাৰ আঁৰৰ মানুহক চিনিব বিচাৰোঁ 😌
উৰণীয়া মনক উৰুৱাই লৈ য... read more
উভতিব খুজিছোঁ এৰি অহা সময়লৈ ,
আহিব নে আকৌ সেই ল'ৰালি জীৱনলৈ?
বিচাৰি ফুৰিছোঁ অজুহাতৰ মাজত থকা প্ৰীতিবোৰ ,
ঘূৰি আহিব বুলি ৰৈছোঁ কান্দোনৰ মাজত থকা হাঁহিৰ দিনবোৰ ।
হিয়াৰ কাচনি ভাগি পৰিল খণ্ড - বিখণ্ড হৈ ,
বাট বুলিছোঁ কেৱল যন্ত্ৰৰ মাজলৈ ।।-
তুমি তুমি লগা প্ৰতিটো ৰাতিপুৱা
তুমি তুমি লগা প্ৰতিটো সন্ধিয়া
আজি তুমি অবিহনে প্ৰাণ নাইকিয়া
-
जिंदगी मुझको सता रही है, किया एक मुलाकात करोगे दोस्त
कोई राह नजर नहीं आ रही, गले लगाओगी दोस्त!!!
भर तो गया मन फिर भी यह झलकता नहीं,
दर्द रह घरी है लेकिन अब जरा भी तड़पता नहीं ;
किया मेरा कंधा थाम कर, एक एहसान करोगे दोस्त!!!
ज़िंदगी मुझको बहुत सता रही है, किया एक मुलाकात करोगे दोस्त!!!
खामोशी इतनी हाबी है कि, दिल की धड़कने शोर लगे;
सूरज की किरणें तो जगाने को आतुर हैं ;
पर यह समा काला भोर लगे...
थोरी गुफ़्तगू करके इस खामोशी को तोड़ोगे,
ज़िंदगी मुझको बहुत सता रही है, किया सिर्फ एक मुलाकात करोगे दोस्त !!!
नहीं चाहिए लंबी छुट्टी, नहीं चाहिए एकांत मुझे;
पास आ के आगोश में ले लो, कर दो अब सांत मुझे;
सिर्फ एक शाम साथ बिता कर, किया मुझमे सुकून भार दोगे दोस्त!!!-
🥰এবাৰ লগ পোৱাৰ আশা জাগি উঠিছে🥰
❣️তোমাক কাষত পোৱাৰ হেঁপাহে ঠেলিছে ❣️
-
আমনি কৰিছে প্ৰতি টোপালেই 💧
আমনি কৰিছে তোমাৰ হাঁহিটিয়ে😊
আমনি কৰিছে তুমি তুমি লগা বৰষুণ জাকে🌧️
আমনি কৰিছে তোমাৰ পৰশে🥰
বৰষুণ জাকত তোমাক বিচাৰি পাওঁ🦋
মৰম বিচাৰি তোমাৰ ওচৰলৈ চাপি যাওঁ🤗
অনুভৱ বোলাই দিয়াৰ হেঁপাহত ৰওঁ🙃
লাজতে গাতে গা লাগি তোমাৰ কাষত থিয় হওঁ ❤️
-
এবাৰ চোৱাচোন মোৰ চকুলৈ 😊
কিজানিবা দেখিয়ে পোৱা
তোমালৈ বাঢ়ি আহা মৰমবোৰ 😍
আকৌ এবাৰ মোক অনুভৱ কৰা না☺️
এতিয়াও তোমাৰ ওচৰত আছে নে
তোমাক উপচাই দিয়া অনুভৱবোৰ🥰
আকৌ এবাৰ অজানিতে সাৱটি ধৰা না🤗
সেই অজান অনুভৱে
তোমালৈ বৰকৈ মনত পেলাইছে 😟
আকৌ এবাৰ মোলৈ চাই হাঁহি দিয়া😌
সেই মৰমৰ হাঁহিটেই
তোমাক ভাল পাবলৈ অস্থিৰ কৰি তুলিলে 😙
-
তাত নিজকে বিচাৰি পাওঁ,
তাত তেওঁক বিচাৰি পাওঁ ;❤️
তেওঁক মৰম খুজিব পাৰোঁ,
তেওঁক অনুভৱ কৰিব পাৰোঁ ;❤️
মনৰ অসীম অনুভৱ প্ৰকাশ কৰিব পাৰোঁ,
মন খুলি পাৰাপাৰহীন হৈ কৈ যাব পাৰোঁ।। ❤️
-
পাৰিবনে মোক নিজৰ কৰিবলৈ !!!
নালাগে মোক অভিজাত পৰিয়ালৰ একমাত্ৰ সন্তানটি ;
নালাগে নিব মোক অট্টালিকাৰ শ্বপিং ম'ললৈ ;
নিনিলেও হ'ব মোক কাৰত লং ড্ৰাইভত ;
থাকিব বিচাৰোঁ মাথোঁ আপোনাৰ মৰমৰত।।
নালাগে মোক কৃত্ৰিম উপহাৰ ;
নালাগে মোক মিছা অভিমান ;
লাগে কেৱল আপোনাৰ হিয়াত সাচিঁ ৰখা,
মোক আনৰ লগত দেখি সঁহিব নোৱাৰা,
স্বাৰ্থৰ মাজত লুকাই থকা নিঃস্বাৰ্থ মৰম।।
মায়া সনা দামী ৰেষ্টুৰেন্টত নালাগে নিবলৈ ;
নালাগে মোক খুৱাব দামী দামী খাদ্যৰ সম্ভাৰ ;
দুয়ো ফুটপাথৰ একাষে বহি চাহৰ কাপটোৰ লগতে
এখন প্লেটত পকৰিৰ সমান সমান হিচাপ কৰি
এটা বেছিকৈ তোমাৰ ফালে ঠেলি দি মনৰ জুটিলৈ,
মায়া সানি দিব পাৰিম আপোনাৰ চকুত চকু থৈ ।।
বিচাৰো মাথোঁ আপোনাক
মোৰ নিজৰ কৰিবলৈ ।।।-