ফাগুন নামিছে হৃদয়ত❤
সৰাপাতত মোৰ আধৰুৱা কবিতাটো🍂
পুনৰ লিখিবলৈ✍-
Cotton University,Guwahati
শব্দেৰে জীৱন জীয়াৰ প্ৰয়াস
কবিতাৰে মৌনতাৰ আঁৰৰ ক... read more
হৃদয়ত চলিছে আৱেগবোৰৰ
তীব্ৰ প্ৰতিবাদ
ক'ৰবাত প্ৰেম জিন্দাবাদ
ক'ৰবাত প্ৰেম মূৰ্দাবাদ
জ্বলাই দিয়া হৈছে
অনুভূতিৰ প্ৰতিমূৰ্তি
আহহ !!! কি যে অসহ্যকৰ
চাল্লা দি দিব পৰা হ'লে
৪৮ ঘন্টীয়া
প্ৰেমৰ বন্ধ
কিজানিবা এই মন মগজুৰ সংঘাতৰ পৰা
হ'ব পাৰিলোহেঁতেন মুক্ত !!!-
কন্যা সন্তানক শিক্ষিত কৰিবলৈ
গঢ়ি তোলা সংগঠনটোৰ
সভাপতি জনৰ পত্নীয়ে
স্বামী গৃহৰ অত্যাচাৰ সহিব নোৱাৰি
আত্মহত্যা কৰিলে
কাৰণ তাই এজনী কন্যা সন্তান জন্ম দিছিলে-
Exam is coming and I'm like
ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন🌾💃-
#khayal
Woh toh dhadkan Ki tarah hein
Jab sath nehi hote toh zindegi bhi har man jati hein
~Charlina-
যান্ত্ৰিকতাৰ যন্ত্ৰণাত
হেৰাই যোৱা
তাই এজনী নষ্ট কবি
কি পাইছে জীৱনত !
কেৱল প্ৰতাৰণা সমালোচনা
তাইৰ হৃদয়ৰ নিষিদ্ধ গলিত চলে
সমাধিস্থ সপোনৰ আখৰা
কলমৰ নীলাৰে উকা পৃষ্ঠাত
পুনৰ কবিতা লিখাৰ আপ্ৰাণ চেষ্টা
আৱেগবোৰৰ হাহাকাৰ
ৰিক্ত সিক্ত বৰ্তমান
দুৰ্ভগীয়া তাই বেইমানী
অভিমানী তাই অভাগিনী
শব্দৰ লগত খেলি ভালপোৱা
তাই এজনী নষ্ট কবি-
নাজানো কিহে নিনাদ তোলে
হৃদয়ত এক শিহৰণ জাগে
কাণত বাজি উঠে বলিউডৰ কিবা
ৰোমান্টিক ৰোমান্টিক গান
"Pehla nasa pehla khumar
Naya pyar hai naya intezar"
কবি হৈ পৰো মই জোনাকী নিশাৰ
মোৰ জীৱনলৈ এয়া আগমন কাৰ ?-