ব'হাগ মানেই দুহাতত জেতুকাৰ বোল
-
শীতৰ তিনিটা স্তৱক
---------------------
১/ পাহাৰটোৰ কাষত
শীতৰ এসন্ধ্যাত,
জোনটো জ্বলিল
আৰু আকাশ নিমাত ।
২/ কুঁৱলীয়ে চানি ধৰিল
শীতৰ প্ৰেমিক জনক।
বসন্তলৈ বহু দূৰ
কেনেকৈনো বুজাই তাৰ মনক।
৩/ নিয়ঁৰৰ টোপাল দুটা
নষ্টালজিয়া হৈ চিটিকি পৰিল,
পুৱাৰ কোমল পোহৰত
মুকুতা হৈ বনত গজিল ।
-
A wrong can Never become Right ,
even if more and more people are supporting it ...-
আকাশ মানে তুমি
নীলাখিনি মই
শুকুলাখিনি আমাৰ সপোন
য'ত নাই ধূসৰতাৰ সংশয়
আকাশ মানে তুমি নীলাখিনি মই-
अगर कुछ बनना है तो,
गुलाब के फुल बनो,
क्योंकी ये फुल उस के,
हाथ मैं भी खुशबु छोड़ देता है,
जो इसे मसल कर फ़ेंक देता है!!
Happy Rose Day-
বন্ধুত্ব মৰম বিশ্বাস
সপোন সাহস সুৰক্ষা
আশা উৎসাহ গুৰুত্ব
প্ৰেৰণা সহযোগীতা সফলতা
-