Khawish bas itni si he
ki... jo kal hua tha woh
me aaj badal do...🍁🥀-
chandan keot
(chandan keot)
15 Followers · 27 Following
কাব্যবোৰ ভাল পাওঁ কবিতাৰ সৈতে বন্ধুত্ব মোৰ ❤️
Joined 6 May 2020
19 AUG 2021 AT 18:07
19 AUG 2021 AT 18:05
কিৰিলি
ক্ৰন্দন...
তাণ্ডৱৰ ৰণচণ্ডী মূৰ্তি
ম্ৰিয়মাণ সকলো, আৰ্তনাদ কেৱল
জীৱনৰ...
ভোকাতুৰ পঠিক
বিকট চিঞৰ মৰাশৰ
শ্ৰাদ্ধ হুমুনিয়াহবোৰৰ ঢৌৰ সৈতে জীৱনৰ
মাথোঁ উকা সকলো ৷৷-
19 JUL 2021 AT 20:52
Dil hi toh tha jo tor diya
Are bebas the hum jisne tujhse
pyar kiya..💔🥀-
10 JUL 2021 AT 19:06
Waqt Sirf Tera kharab hee...
Are yrr mein Toh Banda hii Kharab ho..😎-
7 MAY 2021 AT 19:14
নিসংগতাবোৰ তুমি চাগে
আধালিখা জীয়া এটি বেলিকা যোৱা স্মৰণীয় সপোন.. 🥀🍁
-
7 MAY 2021 AT 19:13
কাৰোবাৰ গল্পত মই এজন পথৰুৱা ভ্ৰমিক , হয়তো
কাৰোবাৰ বাবে এটি মিঠা সপোন , কাৰোবাৰ বাবে
চৰিত্ৰহীন , এটি আধৰুৱা কবিতাৰ ছন্দ কাৰোবাৰ
বাবে মই ৷
এমুঠিমান বিশ্বাস আৰু মৰম খামত ভৰাই পঠিয়াই
দিয়া ৷ কথা দিলোঁ সদায়ে প্ৰহৰী হৈ ৰম তোমাৰ
হৃদয়ৰ ৷🥀🍁-
7 APR 2021 AT 20:17
এই যে মই , সেয়া যেন তুমি
তাতেই সকলোবোৰ সমাপ্তি ...💔
কিনো আছে এই আধৰুৱাত
অপ্ৰাপ্তিতে সম্পূৰ্ণ আমি...🥀🍁💔-