Ab na raha sabera..
Na woh syam sunhera..
Ab to sif andhera hi andhera hain..
Jaha hum khudse yu bischarke
Khudke talash me hi rehete hain..-
পাৰ কৰি আহিছো হাজাৰটা ধুমুহা ।
বিষাদৰ অনুভৱবোৰ সামৰি,
ভাগৰি পৰা এখনি... read more
এনেই অতবোৰ আয়োজন...!
ক'তনো বাৰু ৰ'ল,
তোমাৰ জীৱনত মোৰ অকণিমানো প্ৰয়োজন?-
Yeh seher chorne ka waqt aa chuka hain..
Miloge kya firse tum kabhi?
Puri raat jage huwe hai..
Shayad lipte huwe hain
Inhi andheron se woh khwab sabhi..
Kya wade.. kya irade..
Sab kuch ab sahem sa gaya..
Tumari baaton me hi shayad sara waqt ulajhta gaya..
Dil hi toh tha yar
Pyar kaise hoga gunah?
Lal gulab nhi..
tumse toh sirf
Ek tarfa Isk ka haq tha manga ..
-
ভাগৰৰো জোনকী
নাহৰৰো ধেমালি....
(DKC,💙.)
তুমি যে নীলা নীলা আবেগৰ নদী-
নাজানো দুখত কবিতা ওমলে নে
তোমাক আঁকোতেই ফুলি উঠে কবিতা
জাগি উঠে আকৌ এবাৰ
বুকুৰ সেউজ ভালপোৱা??-
উশাহতে বৈ থাকে চোৱানা,
অতবোৰ পাহৰণিৰ পৃষ্ঠাতো
তুমিময় আবেগৰ ঠিকনা।
আজি আকৌ ওভতি যাব পৰা হেঁতেন
তিনিবছৰ আগৰ কলেজীয়া ভোটৰ দিনটোলৈ,
বুকুৰ আকুল হেঁপাহেৰে আকৌ এবাৰ
তোমাক....
কিন্তু যে নোৱাৰো মই,
জোনাকৰ বাটেদি আকৌ এবাৰ খোজ ল'বলৈ।
অহ! সেই জোন, সেই বাট, সেই সময়,
সেই মৰম, সেই হেঁপাহ।
মোৰ এককক্ষীয় ভালপোৱা 🥺
-
আজি যদি আকৌ কওঁ,
কিয় আহিছিলো ইয়ালৈ?
তোমাক পাহৰিবলৈ
নে আকৌ এবাৰ তোমাকে লিখিবলৈ?-
হৃদয়ৰ কোঠালীতে ৰৈ যোৱা দৰ্পণ
তোমাৰ নিশাহেৰে মোৰ উশাহলৈ বাট বুলা
সময়ৰ আঁচোৰ বুকুৰ সোঁমাজত আজিও অগনন।
এই যে কাহানিবা তোমালৈ চাই জী উঠে পুনৰ
অতদিনে মৰহি থকা জীৱন -যৌবন,
তাতেই ৰৈ যায় মোৰ মোৰ জীৱনলৈ থকা হেঁপাহকণ।
চিঞৰি চিঞৰি কান্দিব খোজো তোমাৰ বুকুতে
মূৰ থৈ,
সোঁৱৰি সেই কোনোকালে ওভতি নহাৰ পণ লৈ
হেৰাই যোৱা মোক ক্ষণিকতে জীয়াই তোলা আবেগকণ.....
-
ভাল পালেও জানো ক'ব পাৰিম তোমাক
আকৌ এবাৰ ভাল পাওঁ বুলি,
পাৰিব জানো ক'বলৈ
তোমাৰ বাবে এতিয়াও কিমানলৈ ব্যাকুল হয় হিয়াখনি!!-
এই ৰৌদ্ৰৰূপী ধুমুহা বোৰ জানো কিয় ৰৈ থাকে
মোৰ বাবে জীৱন পথৰ সোঁৱে, বাঁৱে....?
তেজবোৰ শুহি নিয়ে..
উশাহ বোৰ চুটি কৰে,
জীৱনৰ হেঁপাহ হ্ৰাস কৰে...
প্ৰেম, ভক্তি, বিশ্বাস, মৰমক মোহাৰি থৈ
মাথো কবিতা স্ৰজে ভাগৰৰ..
যি কবিতাত নাথাকে মোৰ প্ৰিয় আবেগ বোৰ,
শব্দবোৰ....🥺-