Bornali Dutta  
68 Followers · 1 Following

read more
Joined 28 August 2018


read more
Joined 28 August 2018
15 FEB 2022 AT 20:51

ফাগুনৰ আগমনে
তোমাৰ খৱৰ দিলে
তুমি সোণ বুকুতে
আছা সজতনে🌸

-


18 NOV 2020 AT 9:34

ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন ।।আন্ধাৰো সচা মোৰ বহুদিনৰে আপোন।।

-


17 JAN 2022 AT 20:34

খিৰিকিৰ সিপাৰে থকা মৰমবোৰে মোক কৈ গৈছিল ...এই
মৰমবোৰে ডাৱৰ হৈ এদিন তোৰ চোতাল তিয়াব ....




Bornali Dutta

-


16 JAN 2022 AT 20:00

সুখ দুখৰ সমভাগী হ'ম বুজিছা আনৰ দৰে আন কোনোবা নহওঁ জানা , আহা এখন আইনা হওঁ নিজৰ প্ৰতিবিম্বৰ দৰে নজনা খিনিও জানিম , নুবুজা খিনিও বুজিম

নে কি কোৱা

-


16 MAR 2021 AT 23:20

মই যিমানৰ যোগ্য বুলি তোমাক আদৰিছিলো তাতকৈ বেছি আঘাত দি মোক কষ্ট সহিব পাৰকৈ আৰু কঠোৰ হবলৈ শিকোৱা বাবে
তোমাক অশেষ ধন্যবাদ

-


14 MAR 2021 AT 17:40

ঘূৰি আহা তেওঁ
তোমাৰ লক্ষ্যস্থান নহয়

-


20 FEB 2021 AT 12:11

অনুপস্থিতিৰ অনুভৱ
সেইদিনা তোমাৰ বাৰুকৈয়ে হ'ব
যিদিনা তোমাৰ দৰে
আনএজনক পাবা...

-


19 FEB 2021 AT 21:47

জীৱনে এটা কথা ভালকৈ শিকাই দিছে যে মোৰ লগত কোনোৱাই বেয়া কৰিছে বা বেয়া পাই তাক লৈ বেছি চিন্তা কৰাতকৈ তেওঁ মোৰ সৈতে কৰা ভাল খিনিকলৈ হাহি মুখে আগুৱাই যোৱাই ভাল😊

-


25 JAN 2021 AT 0:56

পৃথিৱীৰ উমাল কোলাত আজিৰ দিনত খোজ পেলোৱা জনক একাজলি শুভেচ্ছা
ভাল হওক ভালে থাকক

-


15 JAN 2021 AT 22:34

তাইক শব্দই আঘাত কৰে প্ৰায়ে

হৃদয়খনে যাক হেৰুৱাৰ ভয়ত কান্দিছিল
তেওক যোৱা দেখি শ্ৰাদ্ধ পাতিলে হাহি হাহি কান্দি পৰা তাই
এই যে চিনাকীৰ পৰা অচিনাকী হোৱাৰ যাত্ৰাত প্ৰতিদিনে অকলশৰীয়া সংগই নিসংগ কৰিলে তাইক,
তাই ৰাতিৰ আন্ধাৰত নিৰৱতাক সামৰি দিনৰ পোহৰত এমোকোৰা হাহিৰে আবৰি ৰখাৰ পাছতো কয় উঠে

''জীৱন সত্য,সুন্দৰ,সুখৰ আলয়''

-


Fetching Bornali Dutta Quotes