Binushmita Gogoi   (ßinushmita Gogoi 🖋️📗)
144 Followers · 107 Following

read more
Joined 6 March 2020


read more
Joined 6 March 2020
24 NOV 2021 AT 7:20

हर रिश्ता तोड़ चुके है
रिश्ता तुमसे बस शायरी का है
तुम्हारे नाम पे चलती
है कलम
ये किस्सा उस बंद डेयरी का हैं ।

-


3 JUN 2021 AT 18:27

মনত বহুতো অনুভৱী হাবিয়াস
কিন্তু,
যেতিয়া কলমে অনুভৱীবোৰ
বগা কাগজত নিগৰিব লৈ
মনৰ অনুভৱীয়ে মনৰ মাজতে
থাকিব কয় ।

-


31 MAY 2021 AT 20:13

না সি আহিলে
না মই তাৰ ওচৰলৈ যাব পাৰিলো
না মোৰ হৃদয়ৰ দুখ কাৰোবাক কব পাৰিলো
অকল,
ক্লান্ত মনেৰে বহি তাৰ স্মৃতিত মুগ্ধ হলো,
না সি মোক মনত পেলাই
না মই তাক পাহৰিলো ।

-


15 MAY 2021 AT 11:29

ভবাবোৰ‌‌ যদি সঁচা ‌হ'ল হয়,
হয়তো বাস্তৱত মুখামুখি হ'বলৈ কঠিন নহ'ল হয়।😇😇
বিচৰাবোৰ যদি সহজে পোৱা হয় ,
হয়তো ইমান পৰিশ্ৰম কৰিব নালাগিল হয়।

#জীৱন জিন্দাবাদ

-


3 MAR 2021 AT 18:37

Kabhi Kabhi rukna bhot joruri hota hain.
Harr dafa aage badhna bhi joruri nahi

-


2 MAR 2021 AT 21:43

বতাহ খেলা এজাক
চুলিৰে বৈ যায়
মোৰ সপোন
আকাশ চোৱাৰ
হাবিয়াসেৰে পাগল সিবোৰ

-


2 MAR 2021 AT 18:30

इश्क मुकम्मल हो तो मजा
क्या है... पर
जाने के बाद उसे भूल जाये तो
वफा क्या है।।

-


13 FEB 2021 AT 7:28

সচাঁ কও
মই লিখিব নাজানো
কিন্তু,
এনেই লিখো
যাক মই কব নোৱাৰোঁ,
চেষ্টা কৰো ......কিন্তু
মোৰ চিন্তা ভাৱনা পৰা
আতৰি নাযায়।
সকলোৱে শুনিলে মোৰ মনৰ কথা
অকল তেওঁৱে এজন আছে
যি শুনিবলৈ নাহে।।

-


10 NOV 2020 AT 17:13

गुनाह मालूम नहीं मगर
सजा लाजवाब मिली हैं 🙃

-


6 NOV 2020 AT 18:22

বৰষুণে জীপাল কৰে মাটি
মানুহৰ যোগাযোগে জীপাল কৰে পৃথিৱী,
সম্পৰ্কৰ দলংখনৰ শক্তিতেই বিচাৰি পাওঁ....
মানুহৰ উজ্বল জ্যোতি!
সম্ভৱতঃ সেইকাৰণে বিচাৰো
নদীৰ নিৰ্মল জলৰাশি
য'ত জিলিকে জ্ঞান আৰু প্ৰজ্ঞাৰ স্বচ্ছ ৰেখাছবি ||

-


Fetching Binushmita Gogoi Quotes