প্ৰেমৰ বাট এৰি অনাই
বনাই ঘূৰি ফুৰোতে
হঠাৎ বাটৰ দাতিত থিয় হৈ
ফুল পাহি তুলি ললো
মানুহে নাম দিছে বনৰীয়া ফুল ।
পূজাত হেনো নালাগে ।
কিমান যে নিয়ম ।
মৰম বোৰ সৰি পৰে
নুফুলা ফুল কলিৰ দৰে ।
পৰিচয় হীন বনৰীয়া ফুলেই
মোক দিলে পৰিচয় ।
যদিওবা মই নহও
পূজাৰ ফুল !
মই তো নহও আজি আৰু
মাজ নিশা কেতেকীৰ
বুকু তেজাল কৰা
কৰুণ বিননি ।
-
I worship Lord shiva only ..I worship toxicated Lord shiva ..in the sense He Is not wordly at all ..He is totally immersed in His Dhyna leaving behind the materialistic world ..So His appernce is imagined like the toxicant image ..He desroys the impurity ..people use to worship Lord Shiva by consuming the toxicant Bhang ..To day I worship Lord Shiva becoming alcoholic using Perfumed stick
.Because I am wordly having impurities in mind ..I am so called gentle man ..I pray to Lord Shiva to be toxicant to this world.
.
-
I am searhing you in the midst of flower ..But you are weeping inside the flower ..please excuse me ..I donot know that flower are for shetering sorrow ..
-
এটোপাল নিয়ৰ মই বিচাৰিছিলো
নিয়ৰ কণা মোৰ বৰ ভাল লাগে ।।
দুবুৰি বনৰ নিয়ৰ কণিকা বোৰে
মোৰ হৃদয় খন দূৰৈৰ পৰাই সেউজীয়া
কৰি ৰাখে ।।
নিয়ৰ কণা বোৰ গচকি আহিবলৈ বৰ
কষ্ট হৈছিল ।।
দুবুৰি বোৰ পুনৰ সেউজীয়া হৈ থিয় দিছিল
নিয়ৰ কণা বোৰ আকৌ মুকুতাৰ দলিছা
হৈ সৰিছিল ।।
মই এটো পাল নিয়ৰ কণা বিচাৰিছিলো
দুবুৰি হৈ থাকিবলৈ ।।
ভাল লাগে জানা তোমাৰ কথাবোৰ
মোৰ জীৱনৰ এটো পাল নিয়ৰৰ দৰে ।।
এটোপাল নিয়ৰ ।
নিয়ৰ কণা ।।
মোৰ জীৱনৰ নিয়ৰ কণা ।
-
ভাল পোৱা
আবেলিৰ দৰে ।
হাজাৰ
যুগৰ
আবেলিত
কৃষ্ণচূড়া ৰঙা
হৈ ফুলে
এনেকুৱা
আবেলি বোৰত
ভাল পোৱাৰ গৱেষণা চলে
চলে ।
প্ৰেমে হাবাথুৰি খায়
পুনৰ যেতিয়া
আবেলি আহে
প্ৰেমে পুনৰ সজীৱ হয় ।
দস্যু ৰত্নাকৰ
বাল্মীকি হয়-
আহিছো ধূলিৰ পৰা
ধূলিতেই যাম মিলি ..
জীৱনৰ গান ধূলিৰ মাজত
গোৱাটো নহল ..
ধূলিক বিচাৰি বিচাৰি
জুই সাৱটিলো ..
পোহৰ বিচাৰি
জুই সাৱটিলো
ধূলিৰ সতে জীৱন মোৰ
আজি ধূলিৰ কোলাত
আজি শীতল জোনাক হৈ
-
Yes I love you very much. please donot love me and donot care . becauuse if you loved me much ,it will hard for me to forget you .
-
I AM ENQUIRING MY SOUL MATE ..I AM SURE TO FIND HER..AS I AM HAVING THE S0UL.
-
There is none to read my quote . I donot know what is the reason ..I want to create at midnight . I think nobody wants to harmonise with the nature ..So I can conclude that Quotes are written in Table only
-