7 FEB 2019 AT 22:16

স্বাৰ্থপৰ মানুহ চিনি পাবলৈ এই পৃথিৱীত খুবেই কঠিন।তথাপি তলত কেইতামান দৃষ্টিভঙ্গী দিয়া হল
১)যি মানুহে অতিৰঞ্জিত ভাৱে বেছি অমায়িকতা প্ৰদৰ্শন কৰে আৰু জোখতকৈ তোমাৰ প্ৰশাংকা বেছিকৈ কৰে ।
২)যি মানুহে আনৰ কথা শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰাতকৈ,নিজৰ কথা উপস্থাপন কৰাটো বেছি জৰুৰী বুলি ভাৱে ।
৩)যি বোৰ মানুহৰ কথা-বতৰাত যিকোনো বিষয় আলোচনা কৰাতকৈ আনক কৰা সমালোচনা আৰু উপলুঙা বোৰ সহজে প্ৰকাশ পায় ।
৪)যিবোৰ মানুহে নিজৰ প্ৰশাংসা আৰু সন্মানৰ পিচত দৌৰি থাকে আৰু নিজকে মইবৰ ভাৱত থাকে।
কুমাৰ ভৃগু

- Bhrigu Ka. Das