Bhrigu kumar Das   (Bhrigu Ka. Das)
704 Followers · 712 Following

Kumar bhrigu...guwahati assam..india
Joined 25 June 2018


Kumar bhrigu...guwahati assam..india
Joined 25 June 2018
24 JUN 2022 AT 15:57

আজি মোৰ তন্দ্ৰতা ভাঙিল
মানসৰ যৌৱনদীপ্ত তেজাল ধাৰত,
কিয় মোৰ এনে লাগে কোনোবা
ভুটানৰ পাহাৰী পৰীৰ লয়লাস সৌন্দযৰ্তা
বোৰ দেখা পাওঁ আজি মোৰ ঘৰৰ মধুচত।
চুই চোৱানা এবাৰ মাথো মানসৰ শান্তিৰ
প্ৰৱাহিতা জলস্তৰক, অনুভৱ ক'ৰানা
এবাৰ তুমি মাজনী...বেদনাত ভাৰাক্ৰান্ত
ধৰ্ষিতা মানসীৰ স্বচ্চ চকুলো
আজি ভৈয়ামৰ আমাৰ বক্ষত। 
তাইৰ অমৰ প্ৰেমক কুটিলতাই
ব্যৰ্থিত কৰা কোনোবা অচিন বিদেশীৰ
প্ৰতৰনাক আমি শুধৰাব পাৰিম নেকি আকৌ
আমি দিঠকত। তোমাৰ- আমাৰ সচাঁ প্ৰেমক
স্বীকৃতি দিওঁ আহা;আজি প্ৰকৃতিক পুণৰ আকোৱালি লোৱাৰ পণৰে ।
তোমাৰ-আমাৰ প্ৰেমক এক সুকীয়া পৰিচয় প্ৰদান কৰো মানসৰ জলস্তৰতবিলীন হৈ।

কুমাৰ ভৃগু।।।

-


31 DEC 2021 AT 20:47

আজি মোৰ তন্দ্ৰতা ভাঙিল
মানসৰ যৌৱনদীপ্ত তেজাল ধাৰত,
কিয় মোৰ এনে লাগে কোনোবা
ভুটানৰ পাহাৰী পৰীৰ লয়লাস সৌন্দযৰ্তা
বোৰ দেখা পাওঁ আজি মোৰ নয়নত। 
চুই চোৱানা এবাৰ মাথো মানসৰ শান্তিৰ
প্ৰৱাহিতা জলস্তৰক, অনুভৱ ক'ৰানা
এবাৰ তুমি মাজনী...বেদনাত ভাৰাক্ৰান্ত
ধৰ্ষিতা মানসীৰ স্বচ্চ চকুলো
আজি ভৈয়ামৰ আমাৰ পদস্থলত। 
তাইৰ অমৰ প্ৰেমক কুটিলতাই
ব্যৰ্থিত কৰা কোনোবা অচিন বিদেশীৰ
প্ৰতৰনাক আমি শুধৰাব পাৰিম নেকি আকৌ
আমি দিঠকত।ব'লা,তোমাৰ- আমাৰ সচাঁপ্ৰেমক
স্বীকৃতি দিওঁ আজি মানসৰ পৱিত্ৰ
পৰিচ্ছণ্ণ জলস্তৰতবিলীন হৈ।

কুমাৰ ভৃগু।।।

-


27 MAY 2021 AT 20:12

Fluency of your
mouth speech about
positivity thought is
different thing
and feel that positivity
thought in your own
life, it,s completly
different thing.

Kumar bhrigu

-


27 MAY 2021 AT 19:56

এজন সাহসীয়াল ব্যক্তিৰ সাহসীকতাৰ কথা তেতিয়াহে সচাঁ অৰ্থত প্ৰকাশ পাই,যেতিয়া অন্য হেজাৰ ব্যক্তিৰ হেজাৰ ভয়ৰ কাৰণ সমূহৰ সমাধানৰ উমান পাই।

কুমাৰ ভৃগু

-


17 MAY 2021 AT 23:05

without understanding the relation between me and universe.

Kumar bhrigu

-


17 MAY 2021 AT 22:55

যেতিয়া আমি বৰ্ত্তমানৰ সংঘতিত পৰিঘটনাবোৰ গভীৰভাৱে আৰু একান্তভাৱে মগজৰ দ্ধাৰা সংযোগ স্থাপন কৰিব পাৰিম,তেতিয়া আমাৰ অন্তৰ-আত্মাই কেৱল দেখা পাব মাথোঁ আনন্দ,প্ৰেম আৰু শান্তি।

কুমাৰ ভৃগু

-


13 MAY 2021 AT 15:23

Thinking of too much about future is the major factor of fearness.

Kumar bhrigu

-


13 MAY 2021 AT 15:17

Mentle immunity is first and superiorty courage then your body immunity.

Kumar bhrigu

-


13 MAY 2021 AT 15:05

Your self believe may be too much stronger,when you make more believer in society.
Kumar bhrigu

-


9 MAY 2021 AT 7:24

LOCK-DOWN "LOVE"

হয়তো এয়াই প্ৰেম !!!
সেমেকা আবেলিৰ এয়াই আৰম্ভনি
তোমাৰ চকুৰ কেৰাহিকৈ অবুজ চাওনি,
তথাপিতো কিয় বাৰু মই উমান পাওঁ,
কৰ'বাত যেন তোমাৰ সচাঁ প্ৰেমৰ
প্ৰথম গজালি।।

কুমাৰ ভৃগু

-


Fetching Bhrigu kumar Das Quotes