Bhaskar Gogoi   (Nameless_Wonder)
4 Followers · 9 Following

হেৰাব ধৰা নিজক ধৰি ৰখাৰ ক্ষুদ্ৰ প্ৰয়াস...
Joined 17 November 2020


হেৰাব ধৰা নিজক ধৰি ৰখাৰ ক্ষুদ্ৰ প্ৰয়াস...
Joined 17 November 2020
10 MAR 2022 AT 22:34

হাঁহি এটি
Caption👇

-


21 JAN 2022 AT 13:12

Life says: "Love is just an illusion"
Soul says: "Hey love!!"

-


17 JAN 2022 AT 19:24

পুৰণি কবিতা

-


12 JAN 2022 AT 0:19

সূৰুজমুখী🌻
Read in Caption

-


29 OCT 2021 AT 0:36

অসফল কবিতা
Caption 👇

-


17 MAY 2021 AT 0:04

Wanna escape from this reality
It's going complicated

Wanna creat a world
Without cellphones
Without LEDs

-


9 MAY 2021 AT 23:22

মাতৃ

মাতৃ আদি,
মাতৃ স্ৰষ্টা,
মাতৃ লালিতা,
মাতৃ পালিতা,
মাতৃ সাহস,
মাতৃ সমীহ,
মাতৃ সহজ,
মাতৃ সৰল,
মাতৃ কঠোৰ,
মাতৃ কোমল,
মাতৃ গুৰু,
মাতৃ আদৰ্শ,
মাতৃ শাসক,
মাতৃ নিঃস্বাৰ্থ,
মাতৃতেই আৰম্ভ,
মাতৃতেই সমাপ্ত,
হে মাতৃ তুমি মহীয়সী...💐

-


28 APR 2021 AT 0:14

3.0💐

ৰাতিবোৰৰ কথা আকৌ লিখিবলৈ মন গ'ল
ৰাতিবোৰ শান্ত,
ৰাতিবোৰ সহজ,
ৰাতিৰ মাতবোৰ!!
(ৰাতিৰ নিজৰ মাত)

ৰাতিবোৰ সৰল,
ৰাতিবোৰ কোমল,
ৰাতিবোৰ শীতল,
ৰাতিবোৰ মাতাল,
ৰাতিবোৰ সঁজাল,
ৰাতিবোৰ জীপাল,

এটি কুলিৰ মাত,
এটি কেতেকীৰ মাত,
এটা কুকুৰৰ মাত,

ৰাতিবোৰ মায়াবী..!!

-


9 APR 2021 AT 22:12

Chai
Sutta &
Acoustic

-


6 APR 2021 AT 15:53

°∆°

সৰু সৰু কথাবোৰ...
(সৰু সৰু বিষবোৰ...)
সৰু সৰু কথাবোৰ বৰ ৰসাল...
(সিহঁত একোটা বিষৰ টোপাল...)
সৰু সৰুবোৰেই ডাঙৰ গঢ়ে...
(সৰু সৰুকেই ডাঙৰ খহে...)
সৰু সৰুবোৰ উৰি ফুৰে...
(সৰু সৰুবোৰে হেঁচি ধৰে...)
সৰু সৰুবোৰেই ডাঙৰ হয়...
(Error 404...)

-


Fetching Bhaskar Gogoi Quotes