ৰসাতলে
সন্মুখত গুণ।
এখোজ পিছুৱাই ভিক্ষুক, তাচল্য, হিংক্ষুক হাঁহি।
তাৰ পাছত?
তাৰ পাছত চোকা অস্তৰ আঘাত।
কবিয়ে কৈছে
যিমানেই হাজাৰখন চোকা অস্তৰে আঘাত নকৰক কিয়
কবিৰ এক টোপাল তেজও উলিয়াব নোৱাৰে।
যদি উলিয়াব পাৰিলে হয়
মইও তেওঁৰ দৰে ...
সন্মুখত গুণ।
এখোজ পিছুৱাই ভিক্ষুক, তাচল্য, হিংক্ষুক হাঁহি মাৰিলো হয়।-
উৰিবলে মন যায় উৰে ৰাতি ||
https://y read more
অভিমানবোৰে থেহ পাতিছে
মৰমে নহয় !
তোমাৰ অভিমানৰ খুচনিত
লুকুৱাই ৰখা মৰমৰ পিয়াহত
জাহ যোৱা জোনাকী পৰুৱা মই ,
আলোকৰ বাটেৰে , শব্দৰ মাদকতা ৰাখিবলৈ
তোমাৰ অভিমানৰ প্ৰয়োজন ,
অভিমান কৰা তুমি ।-
इश्क़ ने तेरे इंसाफ दिला दिया मुझे
मिलने की खोवाइस ने जला दिया मुझे
इतना तक तू ठीक था
तेरे इश्क़ ने आज फिर से रुला दिया मुझे-
তোমাৰ বুকুত থকা
শব্দৰ আচঁলখন
গুচাই দিয়া ,
আৰু মই,
উকা কপালত
ৰঞ্জিত ৰক্তেৰে
সপোন আঁকিব খোজোঁ ।
-
গুজৰি-গুমৰি অহা কলা মেঘবোৰে
চিঞৰত তাল-ফাল লগাইছে ,
তোৰ মৰমবোৰ উপচি আকৌ !
বান আহোঁ আহোঁ কৰিছে ।
-
अपनी घुसे का तलवार हम
अपनी मोह का मूर्खता हम
अपनी मै का अहंकार है हम ।।
-
धीरे धीरे कुछ रिस्ते बिखरते चले गए
अपना कैई नेही है, सबको मालूम है
पाच होते हुए दिल तोर के चले गए ।।
-
रात अभी अभी
जवानी हुई है,
घणी अंधेरा को चुमके,
निकल गई तो फिरना मत,
उशी अंधेरा से घुमके ।
-