তেন্তে কাহানিকৈ আহিবা
বিহুৱানখন দিবলৈ,
এই সাঁচতীয়া কপৌপাহ নিবলৈ…-
Basanta Saikia
(বসন্ত)
1.8k Followers · 911 Following
There is always hope 🖤
Active🔹
Cop 👮
জীৱন জিন্দাবাদ 🤘
ID - Basanta_Saikia
Website - Premork... read more
Active🔹
Cop 👮
জীৱন জিন্দাবাদ 🤘
ID - Basanta_Saikia
Website - Premork... read more
Joined 28 February 2020
20 APR 2023 AT 21:45
জীৱনটো বৰ জটিল ভাই !
বিচৰাটো সময়ত পোৱা নাই,
যি সময়ত পালোঁ যায়
তেতিয়া তাৰ প্ৰয়োজন নাই ...-
21 MAY 2022 AT 22:36
এই ভ্ৰমণ
যান জঁটত নে জনশূণ্য বাটত..?
নাজানো কাক লগ পোৱা
সত্যৰ পথত যোৱা
এবাৰ মানুহ গণি চোৱা ...
🍂— % &-
10 MAR 2022 AT 21:03
পখিলা পাখিয়ে ফুলত ৰহণ সানিছে
হয়তু বসন্ত আহিছে ,
নীলাখামৰ চিঠিখনি সযতনে ভাঁজকৰি আনিছে ...
✉️— % &-