অতীতৰ বহাগ
বহাগ আহে, চিপচিপীয়া বতাহে,
তোমাৰ স্মৃতিৰে জুৰে মোৰ সকলো দিশ।
বিহুৰ ঢোলত যেন শুনো তোমাৰ নাম,
জোনাক ৰাতিত তোমাৰেই স্নান।
পাটৰ মেখেলাৰ ৰঙে, গামোচাৰ ঘ্ৰাণে,
তোমাকেই চিনোঁ ফুলৰ শুৱাদে।
গাভৰুৰ হাঁহিৰে মোৰ চকু সজায়,
কিন্তু তোমাৰ হেঁপাহতে মোৰ মন গলাই।
তোমাৰ সৈতে আছিল বিহুৰ ৰং,
আজি সেই দিনবোৰ লাগে অতীতৰ সংগ।
গামোচাৰ কোঁচত সাঁচি ৰখা নাম,
বিহুৰ পুৱাতো বাজে তোমাৰ গান।
~বৰ্ণদ্বীপ নাথ
-
BARNADEEP NATH
15 Followers · 7 Following
Trying to become better day by day ✨
Joined 12 October 2019
14 APR AT 17:05
8 APR 2021 AT 19:41
Whose shame
Where's the sign of progress
To show for seventy fourth freedom
Minds blank,
Hearts empty.
Which is better
Freedom is slavery?
Slavery in freedom?
Man hasn't left behind
Slavery in slavery
Mind's heart imprisoned
Brain's unirregated
Prison remains the same
Change only in name
Whose shame is it.
-
20 DEC 2020 AT 13:51
She had a dream of flying high
As she got married she cut her wings away-
6 SEP 2020 AT 15:52
Nights are cold
Heart turned stoned
Tears started to roll
When memories from past unroll-