Bandita Roy   (Bandita Roy)
28 Followers · 3 Following

read more
Joined 24 January 2020


read more
Joined 24 January 2020
28 MAR AT 23:03

Waqt mili toh likhungi
Mohabbat nahi isbar gam bataungi,
Fursat mile toh parhna
Kisse nahi isbar kahani sunaungi....

-


23 JUL 2023 AT 23:23

মোক বিছৰাটো সহজ
কাৰণ মই ভিৰৰ পৰা আঁতৰি থাকোঁ,
লাগিলে সেয়া মানুহৰ মনেই হওঁক বা কোনোবা ঠাইয়েই....

-


5 JUL 2023 AT 22:17

— মই জোন খুব ভাল পাওঁ শ্যাম! কাৰণ জোনক চাব সকলোৱে পাৰে, ভাল সকলোৱে পায়, কিন্তু ইয়াক ঢুকি কোনো নেপায়...
— তোমাৰো জোন হ'বলে মন নেকি ৰাধা?
— নহয়... মোৰ জোনাকী হ'বলৈ মন...

-


13 JAN 2023 AT 21:21

Kiya likhu tere baare main
Dum nahi meri baato main,
Thum si gai hai labo pe
Baate kuch is tarah
Tu ijjajat toh de isaro main....💞💖🙈

-


15 SEP 2022 AT 19:56

Tere 👈 gali main hum gujrenge nahi 😊...
Mohabbat ❤️kabhi tujhe dikhayenge 👀 nahi...
Chale 🚶🏻‍♂️ ja agar khush 😊 nahi tu is rekhte 🤝main,
Kasam 🤞 hai khuda 🤲 ki kabhi chakal 😇 tujhe dikhayenge 👀 nahi...!!

-


1 JUL 2022 AT 22:29


𝑫𝒊𝒍 𝒌𝒊 𝒉𝒂𝒍 𝒔𝒂𝒎𝒋𝒂𝒖 𝒌𝒂𝒊𝒔𝒆
𝒉𝒂𝒍 𝒚𝒆 𝒎𝒆𝒓𝒂 𝒅𝒊𝒍 𝒔𝒂𝒎𝒃𝒉𝒂𝒍𝒖 𝒌𝒂𝒊𝒔𝒆...
𝒎𝒐𝒉𝒉𝒂𝒃𝒂𝒕 𝒎𝒂𝒊𝒏 𝒉𝒖𝒎 𝒌𝒖𝒄𝒉 𝒊𝒔 𝒕𝒂𝒓𝒂𝒉 𝒔𝒆 𝒅𝒖𝒃𝒆 𝒉𝒂𝒊
𝒈𝒂𝒍𝒆 𝒍𝒂𝒈𝒂𝒌𝒂𝒓 𝒓𝒐 𝒍𝒖𝒏𝒈𝒊 𝒑𝒂𝒓 𝒕𝒖𝒋𝒉𝒆 𝒃𝒖𝒍𝒂𝒖 𝒌𝒂𝒊𝒔𝒆....?

-


7 FEB 2022 AT 17:27

যিজনে যাব 🚶বিচাৰে তেওঁক হাঁহিৰে 😊 বিদায় দিওঁ,
যিজনে আহিব বিচাৰে তেওঁক হাঁহিৰেই 😊 আদৰি লওঁ..
কাৰো প্ৰতি একো অভিযোগ নাই... 🙂
যিজনে গোটেই জীৱনৰ বাবে আহিব বিচাৰে তেওঁৰ বাবে মোৰ হৃদয়ৰ দুৱাৰখন সদায় খোলা ❤...
আৰু যিজনে যাব বিচাৰে🚶‍♂️ তেওঁৰ লৈও কোনো আক্ষেপ নাই 😊... যাব পাৰে....!!

-


27 JAN 2022 AT 22:16

জটিলতাখিনি বাৰু মই হ'ম
সৰলতাখিনি তুমি হোৱা...
আতঁৰিটো সকলোৱে যায়
সংগীহৈ তুমি ৰোৱা 💖....

-


24 JAN 2022 AT 23:45

চিনাকি অচিনাকিৰ খেলখনত তুমি ভালকৈয়ে পাকৈত....
কেতিয়াবা মন গ'লে অচিনাকী বাটৰ চিনাকি লগৰী হৈ কাষলে অহা... আকৌ কেতিয়াবা মন গ'লে অচিন পক্ষীটি হৈ কাষেৰে উৰা মৰা....

-


8 JAN 2022 AT 16:46

কোনোবা এজন ল'ৰা বা কোনোবা এজন ছোৱালী একেলগে কথা পাতি থাকিলে, অলপ হাঁহি ধেমালি কৰি থাকিলে ল'ৰা- ছোৱালী জন ভালপোৱা সম্পৰ্কত আছে বুলি ভবাটো ভুল সেয়া বন্ধুত্বও হ'ব পাৰে....

Reality নজনাকৈ কাকো judge নকৰিব... so প্ৰথমে thinking বোৰ develop কৰক.. তেতিয়াহে society খন develop হ'ব...

-


Fetching Bandita Roy Quotes