When bullets speak louder than truth or cries,
And gold can blind a thousand eyes,
When burning midnight oil and giving your all
Still leaves you short, still makes you fall—
When dreams dissolve at the finish gate,
And effort bends beneath cruel fate,
Then life leans in, with quiet grace,
And whispers softly, “This too shall pass.”
Don’t let the storm steal all your light,
Don’t let the darkness win this fight.
For no one knows when the end may near,
So live, not crushed by doubt or fear.-
लिख रहे थे , मिल के दोनों
एक कहानी ....
एक मोड़ यूं आया
उनका सच मेरा सच
बन गए दोनों के अलग दो कहानी ।।-
माना हम थोड़े गुस्से वाले थे
माना हमें ना आता था प्यार जताना ....
पर गलती हुई कहां ये तोह बता के जाते
हम भी सुधर जाते ....
तुम बिन हम भी प्यार निभाना छोड़ देते ....!!-
কেতিয়াবা লগ পাম বুলি
আকুল হৈ চিঞৰি চিঞৰি কন্দিম বুলি
গোপনে ৰখা হেজাৰ হেঁপাহৰ বোজা
আৰু , আৰু নো কি .....?
ব্যকুলতা এৰি অলপ শান্ত হবলৈ মন
কেতিয়াবা লগ পাম বুলি
উঠি থকা জোৱাৰক
ক্লান্ত কৰিব মন ;
হঠাতে যদি এদিন .......!!-
সাগৰখন পাৰ কৰাৰ হেঁপাহ আছিল
মোৰেই ভুল আছিল , এই জনমত
অন্ধকাৰক সাৱটি লৈ ,
জোনাকৰ সপোনত বুৰ গৈ
সমাধিস্থ কেতিয়া হলোঁ গমেই নাপালোঁ
-
এৰা ও .....
দূৰণিৰ পোহৰ বোৰে
আশা লৈ আহে ; তুমি জানানে বাৰু ??
অজানিতে কোনোবা পথিকৰ পোহৰত
মন জিলিকি ৰয় ....এক্ষন্তেক !!
সময়ৰ নিষ্ঠুৰতাত আহত
নিজৰেই মন
নিজৰেই আৰাধনা
আৰু নিজতেই বিসৰ্জন .... সকলো-
শব্দই শূণ্যতা পালে ...
হৃদয়ত অব্যক্ত মৰমে
ঠেহ পাতি বাহ ল'লে....
আৰু ক'লে ;
জানোচা এদিন পূৰ্ণতা পায় !
সজাৰ পখিৰ আশ্বাস এয়া ;
ৰিক্ত মনত সযতনে ৰখিছোঁ
অহেতুক আশা ...।।-
সময়ৰ সতে এখোজ মিলাবলৈ গৈ
অজানিতে হাতত হাত ধৰি
গতি মিলাবলৈ গৈ ....
কেতিয়াবা ভুলকৈ হলেও
নিখোজ হৈ পৰা মই জনলৈ
পৰেনে মনত ?
জোনৰ সতে মেঘৰ লুকাভাকুত
হেৰাই যোৱা এই পৃথিৱীক !!-
যেতিয়া জীৱনৰ সেই অধ্যায়টো নতুনকৈ আৰু এবাৰ পাত লুটিয়াই চাওঁ .... ৰৈ যোৱা সময়ৰ ছাঁটো সজীৱ হৈ থাকিলেও.... ক'ৰবাত যেন আধা ভগা সপোনৰ ভগ্নাৱশেষে আন কোনো ঠাইত অট্টালিকাৰ ৰূপ লৈছে..... সহজেই বুজা যায়....
যদিও জোনাক দূৰ
শূণ্যতাত পূৰ্ণিমাৰ অপেক্ষা মধুৰ।।-