"চুইচাইড নোট"
এই যে খোজকাঢ়ি আছো
পোহৰৰ পৰা এন্ধাৰলৈ
কোলাহলৰ পৰা নি:শব্দলৈ,
জীৱনৰ পৰা জড়লৈ
উশাহৰ পৰা নিথৰলৈ,
ইও এক ক'ব নোৱাৰা বাস্তৱতা।
পোষ্ঠমৰতেম্ নকৰিলেও হ'ব,
কাৰণ তোমালোকে নুবুজিবা
ডিঙিত উলমি থকা চিপজৰিডাল
নহয় মোৰ কাৰণ।
আৰু বোৱাব নালাগে তুমি
তোমাৰ চকুপানী।
চকুপানীৰ অৰ্থই বা কি
মোৰ চিৰ শূণ্যতাত।- ~ashu~
10 MAY 2019 AT 20:15