আইতাৰ চকুলো
*************
বিপদ সংকুলতাৰ ওপৰেৰে
বৈছে আজি নৈৰ পানী
তাকে ভাবি-গুণী আইতাৰ
অহা নাই নিশা টোপনি
বাগৰি অহা চকুলো মচি
হয়তো ভাবিছে কিদৰে
সাজিব পুনৰাই
যদি পানীয়ে নিয়ে উৰুখা
পজাটি উটুৱাই
জীৱন বাটত আপোন বুলিবলৈ
তেওঁৰতো নাই কোনো আন
লাখুটি ডালেই আছে
যাক তেওঁ সাৰথি ভাবি
আজিও কৰি গৈছে জীয়াই থকাৰ
সংগ্ৰাম ।।।-
Anurag Hati boruah
(Chao Anurag)
149 Followers · 47 Following
Hei beautiful people welcome to my profile ❤️Follow me on instagram link 👇
🥀নিঃসংগতা আৰু ... read more
🥀নিঃসংগতা আৰু ... read more
Joined 27 May 2021
13 AUG 2023 AT 18:57
2 AUG 2023 AT 23:21
.....জীৱনৰ লক্ষ্যস্থান......
একা বেকা পথেৰে
আগুৱাই গৈছোঁ
জীৱন বাটেৰে...
যদিওবা মাজতে উজুটিত
ভৰিৰ আঙুলি ভাঙি
ক্ষন্তেক সময়ৰ বাবে
যন্ত্ৰনাত কেকাইছোঁ,
এনেদৰে উজুটিত
আগতেও বহুবাৰ পৰিছোঁ ......
নিজকে সংযত কৰি
পুনৰ বাট বুলিছোঁ....
তথাপি কিন্তু,
থমকি ৰোৱা নাই
পাছলৈ ঘূৰিও চোৱা নাই...
বহু দূৰ বাট আছে
আগুৱাই যাবলৈ
এতিয়াও যে লক্ষ্যস্থান
পোৱাগৈ নাই..........-
18 MAY 2023 AT 2:01
When I
Look into your
Eyes, I just feel
Peace and lost awareness
Of anything
-
1 JAN 2023 AT 12:25
We need to brings some changes in our life and we should break down our old habits.
-