কম কম বুলি বহু কথায়ে
সাঁচি ৰাখো তোমাক ক'বলৈ
কিয় যে তোমাক দেখিলে
হৈ পৰো মই বাকৰুদ্ধ
-
angira sarma
0 Followers · 1 Following
Joined 26 February 2019
26 DEC 2022 AT 18:40
9 DEC 2022 AT 12:15
ভগৱানে মানুহক এদিন সকলো দি চায় তুমি কেনেকুৱা কৰা মনে বিচৰা সকলো পাই আৰু এদিন সকলো নিও চায় সকলো হেৰুৱাৰ পিছত তুমি কেনেকুৱা কৰা ,এয়াই ভাগ্য চাব গ'লে তোমাৰ হাতত একোই নাই
-
26 FEB 2019 AT 19:16
We laugh, we fight,we cry after that
💏 We agree because 💏
💏We both love each other💏-