Airina   (মনোদিপা)
15 Followers · 6 Following

Nothing to say....just when i fl like to write something i just write down....
Joined 8 August 2018


Nothing to say....just when i fl like to write something i just write down....
Joined 8 August 2018
12 SEP 2021 AT 0:51


He was my priority
And i was his boring option ...

-


10 JUL 2021 AT 0:11

তোমাক মই মোৰ মনত এশ বাৰ এশ প্ৰকাৰে ভাল পাইছোঁ ..
প্ৰেমৰ দিবস বোৰত কেৱল তোমাৰেই অপেক্ষা কৰিছোঁ ...
মৰহি যোৱা মোৰ বুকুৰ গোলাপ পাহিৰ তুমি সঞ্জীৱনি হোৱা ...

কেতিয়াবা মাথোন মোৰ
সংগী হৈ চোৱা ....

-


1 JUL 2021 AT 1:36

Hear a good night from you,
A kiss on my forehead,
Your hand as pillow,
Your warmth as blanket
And your arms to lay on.....



-


28 APR 2021 AT 22:43

The journey we started together
Anyhow reached its destination
And I was the one
Who loved the journey
Because of you.....
And has been hoping for
not to end ever.....
Till the day when I came to know
The choice of having me
In your journey
Was just to pass your time
but not to go together.....
Fooled by the emotions
I expected lot
But last part of our journey
Never ended
As per my thought.....




-


18 DEC 2020 AT 1:11

The pain of loosing you
The pain of living life without you
The pain of living only with ur memories
The pain to live without our funny chats and calls
The pain to live without ur love

-


25 SEP 2020 AT 23:05

And suddenly we became strangers....

Once the gallery full of our images
Now, just misses your presence...
That number, which occupied the call log
Just vanished from it with no hope...
That face i used to see most of the time...
Now just loosing its clarity......
And Yess....
Memories were beautiful....
Till I know your harsh reality....



-


30 JAN 2020 AT 21:50

ভাবিছিলোঁ তুমি মোৰ Comrade
আৰু মই তোমাৰ lily
Playboy হৈ তুমি চব
কৰি দিলা খেলিমেলি 👊

-


24 DEC 2019 AT 23:32

তাৰ লগত খাপ খাবলৈ
শ্ৰদ্ধাঞ্জলি দিছিলোঁ
মনৰ বহু আশা।।।।
আওকাণ কৰিছিলোঁ
তাৰ বিষয়ে শুনা
অপ্ৰিয় সত্য কথাবোৰ
আশা আছিল
বুকু উজাৰি মৰম দি
তাক সলনি কৰিম......
কিন্তু


ব্যৰ্থ মই


মদ নামৰ বাছ খনত
সি হল নিয়মীয়া মুক্ত যাত্ৰী
আৰু যাত্ৰা তাৰ যেন অন্তহীন ........



-


15 SEP 2019 AT 0:14

মনত পৰে সৌ MLA হোষ্টেল টোৰ কথা (2004)

যত আছিল মোৰ শৈশৱৰ বহুত ধেমালি😇
তিনি মহলীয়া সৌ হোষ্টেলৰ চাদ খন আছিল
মোৰ সবাতোকৈ প্ৰিয় 😍
কাৰণ
চিৰী বগাই উঠা নমা কৰি যে মই
ভাগৰিয়ে পৰা নাছিলোঁ 😎
আতাৰ ৰুমৰ Air cooler আৰু
পাকঘৰৰ Aquaguard টো মোৰ বাবে
Seven wonders of the world ৰ
নিচিনাই আছিল।।😱😱
Aquaguard টোৰ চুইচ অন কৰি
পানী খিনি পাবলৈ
মই সদায়েই excited আছিলোঁ। 🤗🤗
বেলকনিত থকা ডাষ্টবিন বোৰত
লিখি থোৱা "USE ME" শব্দটো
মোক কিয় ইমান আমনি কৰিছিল 🤔😥
গম পোৱা নাছিলোঁ। ।
মহলা টোত থকা ডাষ্টবিন ৰ সংখ্যা
আৰু ফ্লেটৰ সংখ্যা গণনা কৰাটোৱেই
যেন মোৰ regular duty আছিল 😋😆
ভালেই পাইছিলোঁ নে গণনা পাহৰিছিলোঁ
মনত নাই 🤣🤣







-


10 SEP 2019 AT 0:50

১০ চেপ্তেম্বৰ
মোৰ বাবে ব্যৰ্থ প্ৰেমৰ প্ৰথম বাৰ্ষিকী
অপ্ৰাণ চেষ্টা আৰু অপেক্ষা কৰিও
তাৰ মনৰ দুৱাৰ খনৰ বাহিৰতে পৰি থাকিলোঁ।।।


-


Fetching Airina Quotes