Abul Kalam Azad   (✍️Kalam🌻)
216 Followers · 466 Following

read more
Joined 28 December 2019


read more
Joined 28 December 2019
6 MAR 2020 AT 16:55

আজি লিখিব খোজো কিবা
তোমাৰ নামত কলমে আজি
সেইটোকে ব্যক্ত কৰে...!

-


27 MAY 2020 AT 10:07

কিছু হালকা স্বপ্নে এলি
নদী হয়ে বয়ে গেলি...!

-


25 MAY 2020 AT 6:34

সকল বন্ধু কুটুম দেরকে
আমার তরফ থেকে ঈদের
আন্তরিক শুভেচ্ছা জ্ঞাপন করছি।

-


15 MAY 2020 AT 20:21

আইনা ভঙা দি ভাঙিব হিয়া খনি
লুইতৰে সূতে ববগৈ চকু পানী
তুমি এৰি আঁতৰি গলে
বতৰো নহয় চোন গুমা গুমা
ভাল পোৱা কিয় কৰা আধৰোৱা।

-


14 MAY 2020 AT 11:10

নুবুজিলো আজিও আকাশৰ বিশালতাৰ দৰে
তোমাৰ মনৰ পৰিধি।
মই যে লিখা তোমালৈ

-


24 APR 2020 AT 12:44

कभी कभी खुशी के लिए ज्यादा नहीं,
एक अंजन दोस्ती ही काफी है।

-


23 APR 2020 AT 10:17

আমার মনপ্রয়াসই কলমে যে শুধু তুমাকে নিয়েই লিখতে চাই.!

-


13 APR 2020 AT 11:47

ইচ্ছা বিলাক জীয়াই থাকক মন নাৱৰীয়াৰ শেষ গীতত।
ইচ্ছা বিলাকৰ যে কেতিয়াও মৃত্যু নহয়...!
সিহঁতে মাথোঁ সময়ৰ প্ৰহাৰত মাজে সময়ে নিজকে লুকুৱাই ৰাখিবলৈ বাধ্য হয়।
খুজি থাকে ভৰাসাই ভৰা বুকুৰ আস্তানা।
ইচ্ছা বিলাকৰ মৰমৰ অনুৰোধ ৰাখেই বা কেইজনে!
ইচ্ছা বিলাকৰ বুকুৰ কান্দোন শোনেই বা কেইপ্ৰানে!
পিছতো হিহঁতে জীয়াই থাকিব বিচাৰে।
কোনো এক অনিৰ্দিষ্ট আশাই, শিহঁতে নিল ধমনীৰ শেষ আবেগ খিনি বুকুত লৈ জীয়াই থকাৰ এক সপোন দেখে।
হব পাৰে সেইটো মাথোঁ কাল্পনিক!



-


12 APR 2020 AT 20:56

কোন দিনা বুজিবা নাজানো
নুবুজিলেও দুঃখ নকৰোঁ
কাৰণ তুমি তুমি লগা তুমি
জনি মাথোঁ কল্পনাৰ জগতৰ হে..!

-


6 APR 2020 AT 21:48

এজাক বৰষুণ

বহু অপেক্ষাৰ অন্তত আজি হঠাৎ এজাক বৰষুণ
বাবিছিলো বৰষুণ জাকৰ শীতল টোপালবোৰৰ হৈতে এই মই নামৰ উষ্ণ মনটোক বোৱাই দিম,
আৰু তাইৰ লগত ভাগ কৰিম মনৰ বতৰাবোৰ,
কিন্তু তেওঁ যে অকলে নাহিল লগতে লৈ আহিল
দুমূহা জাককো, সকলো থান বান হৈ গল বাবি থোৱা মনৰ কথাবোৰ মনতেই ৰই ৰল।

-


Fetching Abul Kalam Azad Quotes