Shah Newaz Barbhuyan   (Shah Newaz)
31 Followers · 7 Following

Joined 16 December 2017


Joined 16 December 2017
10 FEB AT 18:28

कल और आएंगे नग़मों की खिलती कलियाँ चुनने वाले,
मुझसे बेहतर कहने वाले, तुमसे बेहतर सुनने वाले ।

-


13 NOV 2023 AT 16:43

আশাতেই সপোন, হাঁহিতেই জীৱন,
অনুপম অনুপম জীৱন মনোৰম !!

-


29 JUN 2023 AT 5:12

আপোনালোকৰ সকলোলৈ পৱিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।
ঈদৰ পৱিত্ৰতাই বোৱাই আনক মৰম-চেনেহ, শ্ৰদ্ধা- ভক্তি, একতা - ভাতৃত্ববোধ ও বিশ্ব শান্তিৰ নিজনি নিজৰা !

-


5 SEP 2022 AT 9:52

এজন ছাত্ৰৰ পৰা এগৰাকী শিক্ষক হিচাপে গঢ়ি তোলাৰ এক দীঘলীয়া যাত্ৰাত সকলো প্ৰকাৰে মাৰ্গ দৰ্শন কৰা মোৰ পৰম শ্ৰদ্ধাৰ প্ৰতিগৰাকী শিক্ষাগুৰু তথা শিক্ষাৰ পোহৰেৰে সমাজক প্ৰজ্জ্বলিত কৰা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শ্ৰদ্ধা ও প্ৰণিপাত জনাই শিক্ষক দিৱসৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

-


2 SEP 2022 AT 0:21

Not everyone will see your Vision.
Don't wait for their Approval !!

-


10 JUL 2022 AT 5:13

ঈদ মোবাৰক ঈদ মোবাৰক,
সদৌটিলৈ যাচিছোঁ ঈদ মোবাৰক!!

মৰম চেনেহৰ পবিত্ৰ বান্ধোন,
ঈদ মোবাৰক ঈদ মোবাৰক !!

ত্যাগ আৰু একতাৰ একক সমাহাৰ,
ঈদ মোবাৰক ঈদ মোবাৰক !!

শান্তি আৰু ভাতৃত্ববোধৰ অপূৰ্ব নিদৰ্শন,
ঈদ মোবাৰক ঈদ মোবাৰক !!

-


10 JUL 2022 AT 5:10

ঈদ মোবাৰক ঈদ মোবাৰক,
সদৌটিলৈ যাচিছোঁ ঈদ মোবাৰক!!

মৰম চেনেহৰ পবিত্ৰ বান্ধোন
ঈদ মোবাৰক ঈদ মোবাৰক !!

ত্যাগ আৰু একতাৰ একক সমাহাৰ
ঈদ মোবাৰক ঈদ মোবাৰক !!

শান্তি আৰু ভাতৃত্ববোধৰ অপূৰ্ব নিদৰ্শন
ঈদ মোবাৰক ঈদ মোবাৰক !!

-


11 JUN 2022 AT 9:46

অগ্নিৰ ডেউকাৰে উৰিব খোজা
এটি অক্লান্ত তেজস্বী মন !

একান্ত চেষ্টাৰে পৃথিৱী জয় কৰাৰ
দূৰ্বাহ হেঁপাহ থকা মই সামান্য ধূলিকণ !

-


2 MAY 2022 AT 23:29

May you be blessed with the divine grace of Allah on this Eid. Wish you happiness and prosperity on Eid-ul-Fitr ! Eid Mubarak !!

-


8 MAR 2022 AT 20:04

Remember! I'm a storyteller...!
My every experience with you, whether good or bad can be used in a story !

-


Fetching Shah Newaz Barbhuyan Quotes