22 JUL 2018 AT 22:22

তোমাৰ আউলি-বাউলি চুলিৰ এন্ধাৰত
চৰিবলৈ এৰি দিবা জানো
মোৰ কবিতাৰ চৰণীয়া আঙুলি

দুখৰ ৰাতি, সুখৰ ৰাতি
একাকাৰ কৰি ।।

- Scribbledbeard