Sangita Deka   (✍-----সংগীতা ডেকা 🦋)
787 Followers · 170 Following

"ৰৈ আছোঁ সমাধিতে ক্ষণ গণি মৰণৰে" ... 🎶🎵
Joined 29 June 2019


"ৰৈ আছোঁ সমাধিতে ক্ষণ গণি মৰণৰে" ... 🎶🎵
Joined 29 June 2019
14 JUN 2020 AT 16:30

।।। মুঠি মুঠি কৈ গোটাই লৈ
সাঁচি ৰখা সপোনবোৰ
নিমিষতে যায় হেৰায়
যায় ভাঙি টুকুৰা টুকুৰকৈ
কোবাই গ'লে হতাশাৰ বলীয়া বতাহে
হাঁহি থকা মুখখনৰ অন্তৰালত
চকুপানীৰ টোপালবোৰো তো থাকিব পাৰে
বুকুৰ ভিতৰত দুখৰ ধুমুহাও লুকাই থাকিব পাৰে
নিৰাশাৰ কাঁইটেৰে যুদ্ধ কৰি যোৱা
যুঁজাৰু সত্ত্বাইহে পায় বুজি তাৰ যন্ত্ৰণা
সেই অনুভূতিক শব্দৰ শৰীৰ নিদিলেওঁ ।।।

-


6 JUN 2020 AT 15:31

হাত বাউলি দি মাতি থকা
এজাক প্ৰশ্নৰ ধুমুহাক
মন গহনত
জনচক্ষুৰ পৰা আঁতৰত ভিতৰৰ জুইকুৰাক নূমাওঁ নো কেনেকৈ
দিওঁ কেনেকৈ পৰিচয় আত্ম দিপ্তীৰ শিখাক
ভাঙো নো কেনেকৈ বাধাৰ প্ৰাচীৰবোৰক
হিংস্ৰতা ক্ৰুৰতা ঈৰ্ষাৰ আক্ৰমণৰ পৰা
বচাই নিজকে
জীয়াওঁ নো কেনেকৈ
আত্মসন্মানত আঘাত নলগাকৈ আগবাঢ়োঁ নো কেনেকৈ
নিজৰ হৈ যুজিব শিকোনো কেনেকৈ
অঘোষিত প্ৰতিযোগিতাৰ কুফলৰ পৰা
নিজকেই নিজে বচাওঁ নো কেনেকৈ
উত্তৰ বিহীন প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি
যাওঁ নো কেনেকৈ
অকলেই মুখামুখি হৈ থকা সমস্যাৰ সমাধান
বিচাৰোঁ নো কেনেকৈ
কেনেকৈ কেনেকৈ মাথোঁ কেনেকৈ....

-


18 AUG 2020 AT 21:16

क्या तुम आखरी सांसों तक
मुझे प्यार कर पाओगे
ग़र तुम साथ हो
तों मैं भी हूं
पर वादा करना
आसान हैं
औऱ निभाना
उतना ही मुश्क़िल...

-


18 AUG 2020 AT 21:05

औऱ मेरा बस चलें तों
मैं अपनी ज़िंदगी
नए रूप से
फ़िर से शुरूवात करू

-


18 AUG 2020 AT 21:01

सारी बातें शब्दों से ही बयां करे
क्य़ा आँखों की भाषा समझना
इतना मुश्क़िल हैं.....!!??

-


18 AUG 2020 AT 20:24

°°°°°°°°°°°°°°°°°°°°°
পাৰ্থিৱ শৰীৰটো চোন
এটা বৰ্ণিল কাৰাগাৰ হে
°°°°°°°°°°°°°°°°°°°°°°
সম্পৰ্কৰ শিকলি ছিঙি
ইয়াৰ পৰা মুক্ত হৈ
°°°°°°°°°°°°°°°°°°°°°°
চিৰশাশ্বত, নিৰ্মল
শান্তিৰ তৃপ্তিৰে ভৰপূৰ
°°°°°°°°°°°°°°°°°°°°°°
পবিত্ৰ আলোকৰ
শৰণাপন্ন হ'ৱ পাৰিলে
°°°°°°°°°°°°°°°°°°°°°°
আৰু নো কি লাগে ??
°°°°°°°°°°°°°°°°°°°°°°
মিছা পৃথিৱীত মাথোঁ
ক্ষন্তেকীয়া সুখৰ হে
পয়োভৰ
°°°°°°°°°°°°°°°°°°°°°°

-


18 AUG 2020 AT 16:38

वो इश्क ही
क्या जिसमें
होंठो के
मुस्कुराहटों को
कुर्बानी देकर
आँखों के
बारिश में
बहाया ना हो
वो इश्क
ही क्या
जिसे
ज़माने के
कठघरे में
खड़ें होकर
मजबूत
एहसास से
नवाजा ना हो

-


18 AUG 2020 AT 14:37

মৰুদ্যানত...... 🍂

প্ৰেমৰ পাৰিজাত
প্ৰষ্ফুটিত হোৱা যেন

অনুভূত হয়... 🌹

-


18 AUG 2020 AT 13:09

জীৱনোদ্দীপ্ত উৎস নে গৰল ?
যাক পান কৰি কৰি বিষময় হৈ পৰিছে
জীৱন পথাৰখন ।

তাত উৰ্বৰতাৰ আশা কৰিব পাৰি জানো?
আশাৰ বীজ অংকুৰিত হ'ৱ কেনেকৈ
জীৱন বৃক্ষৰ পূৰ্ণতাৰ বাবে ।

যাৰ ছত্ৰছায়াত পালিত ভাগৰুৱা সত্ত্বাই,
জীয়াই থকাৰ উৎসাহকণ হেৰুৱাই...

এতিয়া মৃত্যুৰ,
কামনা কৰিবলৈ বাধ্য হৈছে.... ।।
🍁🍁

-


18 AUG 2020 AT 12:33

सच्चा प्रेम वो हैं जों दिल से दिल को हों
आत्मा से आत्मा को हों
शरीर तों बस एक माध्यम हैं
प्रेम को दिखाने का
पर जों दिखावा हों क्या वो प्रेम हैं...?? नहीं...
जों सच्चे दिल से महसूस किया जाए
सही मायने में वो प्रेम हैं
शारीरिक प्रेम बस कामुकता हैं
जिसे प्यार समझने की गलती करते हैं सभी....

-


Fetching Sangita Deka Quotes