আকৌ পোৱাৰ কুঁৱলীয়ে খামুচি ধৰিছে
আকৌ চৰাইজাকে হাঁহি মাৰিছে
আকৌ ৰঙা বেলিটিয়ে ৰহণ সানিছে,
উফ্ আকৌ যেন ৰাতিপুৱা হৈছে ।।-
☀️An introvert 🍂
☀️Love to write
☀️Instagram👇
Unknown_writes2014
... read more
আজি এই বন্ধ কোঠালিত মাত নাই কাৰো....
থাকিব বা কেনেকৈ,
আছে টো অকল বন্ধ কোঠালিত থকা
সেই অচিনাকি কবিজনিহে,
যাৰ মাত অকল তাইৰ লৈকে হে বৈ,
আৰু বৈ সেই টোকাবহীৰ পৃষ্ঠা কেইটিতহে ।
আজি নিশ্চয়কৈ বব ধৰিছে কবিৰ
হৃদয়ৰ আবেগতা,
আৰু মৌন হৈ সাজি ৰখা শব্দৰ চিঞৰতা ।
হৃদয়ৰ আবেগতা, আৰু কবিৰ আঙুলিৰ মাজত
থকা কলমৰ উচ্ছাহিতা,
আৰু সেয়া বৈ যাব ধৰিছে শব্দ হিচাপে
কবিৰ সেই টোকাবহী খনত ।
কবিৰ ওপৰলৈ মূৰ তুলি চাবলৈ সময়ৰ অভাৱ,
মাথো ভাবনা আৰু লিখা,.......।।।
-
ফাগুনৰ বতাহ জাকে যেন কিবা এটা ক'বলৈ ধৰিছে.....
স্থিৰহীন মনত অতীত বোৰ আকৌ যেন অনুভৱ হবলৈ ধৰিছে ।-
"কিছু পোৱাৰ সুখ,
কিছু হেৰুৱাৰ দুখ,
কেতিয়াবা এক অচিন সাগৰলে
কেতিয়াবা এক দুৰ নগৰিলে.....
নাজানো কিয় যে অজানিতে চকুজুৰিয়ে চকুলো জুৰিলে......!"🍂-
বৰষুণ : এজাক সুৰ
--------------------------
টিপ- টিপকৈ সৰি পৰিছে এজাক সুৰ
এটা গল্প, আকাশ - মাটিৰ যোৰ ।
পুঁজি ঘৰৰ ওপৰত নিজান সুৰৰ
মুকুতা সদৃশ টোপাল নামিছে,
বাৰান্দাৰ কোণত, চোতালৰ বুকুত
জীপাল পানীয় বৈ গৈছে ।
হয় আকৌ বাৰিষা নামিছে
প্ৰকৃতিৰ ৰূপেটো সেয়াই
বাৰে বাৰে দৰ্শাইছে ।
আকাশৰ বগাখিনিয়ে
পৃথিৱীলৈ আকৌ অৱদান বিলাইছে
সেয়ে বৰণহীন বৰষুণজাকে
ইয়ালৈ বাৰিষা নমাইছে ।
হয় আকৌ বৰষুণ আহিছে
মনবোৰ যেন শীতল হৈছে ,
প্ৰকৃতিয়ে যেন জীৱন পাইছে
চৰাইজাকেও যেন জুমি - জুমি হাঁহিছে ,
হয় আকৌ বৰষুণ নামিছে ।
-
हा हम भी कभी मिट जाएंगे
इस आबादी कि जंगल में,
बस कुछ और वक्त बचे हैं
चलो इसे ही जी भर के जी लेते है ।
लोग आते हैं, जाते हैं
पर उनको याद कोन कितना ही रखते हैं,
हा हम भी आए थे, एक दिन चले भी जाएंगे
पर याद रखने वाले कोई ना रहेंगे ।
एक दिन हम भी चले जाएंगे
आप ही के तरह इस दुनिया से मिट जाएंगे,
आयेंगे हजारों हमारे बाद भी
पर कोई दुजा 'हम' ना बन पाएंगे ।
हजारों रंगो की उत्सव आज भी होते है
और कल भी होंगे,
हम रहे या ना रहे इससे किसीको
क्या ही फर्क परेंगे ।
जी लो अपनी ज़िन्दगी अपनी तरह से
क्युकी तुम रहो या ना रहो
इससे किसीको क्या ही फर्क परेंगे ।
हम भी आए थे, और चले भी जाएंगे,
हा, हम भी एक दिन इस आबादी कि
जंगल में मिट जाएंगे।
-
If you are a student then do work ,
do study,make dreams for the future
....... success is waiting for you-
चलो इसारों इसारों में कुछ कह देते हैं.... जुबान की आवाजों को थोड़ी चुप्पी रखते हैं...... यू तो रंग बिखरेंगे हजारों तरह की..... बस! जिंदगी में आ जाओ तुम मेरी...... जिंदगी तो हम तुम्हे वैसे भी बना लेंगे ।।।🖤
-
जिस महफिल ने
ठुकराया हमको,
क्यों उसको याद करे
आगे लम्हे बुला रहे हैं ,
चलो उसके साथ चले ।
~SSS-