সপোন সপোন লগা বাস্তৱ এটা
নিমিষতেই নোহোৱা হৈ যায়
চকুৰ প্ৰচাৰতেই....
হিয়া উধাৰি উচুপি উঠে
চকুজুৰি ধাৰাসাৰে....
সময় যি দৰে গতিশীল
মানুহৰ অনুভূতিবোৰো চোন
গতিশীল হব ধৰিছে লাহে লাহে....
নিস্বাৰ্থ আবেগ হেৰাই গৈছে
তুলাচনীত জুখি মাখি
কৰা মৰমৰ কিনা বেচাত...
আজিৰ সম্বন্ধবোৰৰ অঙ্ক হৈছে
তুমি মোক কিমান কি দিছা
মই তোমাৰ বাবে কিমান কৰিবলৈ
সক্ষম আৰু সাজু....
সেইয়া মৰুভূমিত মৰীচিকা
খেদা যেন কথা আজি....
-
ভিৰৰ মাজত বিচাৰি গৈছিলো
আপোন জনক.....
হয়টো মোৰ ভুল ধাৰণা আছিল সেইটো...
ওভতনিৰ বাটে উপহাৰ হিচাপে পায় আহিলো
এবুকু সহ্য নোহোৱা যন্ত্ৰণা....
চকুপানীয়ে বাট নেদেখা হৈ
মই মোৰ গন্ত্বব্য স্থান পালোহি
প্ৰতি টোপাল চকুপানীয়ে দি গল
ক্ৰমাৎ দূৰত্বৰ হিচাপ...
এবুকো আশা ভৰাই নিয়া বুকু খনে
শূণ্য হৈ উভতি হাহাকাৰ কৰিছে আজি !!
-
কিমানে
একো প্ৰশ্ন নকৰাকৈ
কাৰোবাৰ অতীত সামৰি....
নিচাৰ্থ মৰমেৰে আঁকোৱালি লবলে সক্ষম।
-
বন্ধ কোঠাৰ ভিতৰৰ
গোপন অধ্যায় খিনি
সাঁচি ৰাখিম আজীৱন
বুকুৰ কোনোবা এটা কোণত....
বাত হেৰুওৱা পখী হৈ
আহিবানে মোৰ হিয়াৰ
উৰুঙা পজালৈ তুমিও এদিন ঘূৰি....
তোমাৰ অনুৰাগত
বিলীন হৈ আহি.....
অনুভৱ কৰিলোঁ
মোৰ চুলিৰ মাজত
তোমাৰ সেই চিনাকী সুভাষ..
দুবাহু ৰ মাজত সোমাই
মই জনী যেন হেৰাই
সম্পূৰ্ণ তোমাতেই বিলীন....
অস্থিত্ব নোহোৱা এটা জীয়া সপোন
আৰু কিছু বেথা মনত বান্ধি
মই আগ বাঢ়িচো তোমাৰ হাতত হাত দি....
কঠোৰ কৰি মনৰ স্থিতি...
সন্মুখত চকুলোৰ ভৱিষ্যত যে আজি....
-
Sometimes when
you break things,
you can hold them together
for a while
with string or glue or tape.
Sometimes, nothing will hold
what's broken,
and the pieces fly all over,
and though you think
you might be able to find them all again,
one or two will always be missing.....-
Everyone's friend by nature.....
But A loner by difault......
can't share
What's going on in my mind
Soo I wrote them up as poems.....
Where I can comfortably go on
With my messed up emotions....
No i don't prefer a listener
Coz i got my inner poet
To handle that part of mine......
Putting emotions in words
Is my safe space after all .....
-
Have u ever thought of
Escaping the life ur living.
Running away far from home
So no one can reach you......
A new destination
Where u'll start a life
You always dreamt off....
A life where ur the boss
Ur the decision maker
A carefree life
u always dreamt of....
A cute small space of your own....
And a life hand full of happiness.......
And not a single person to bother.......
Where the void of your heart
Will vanish little by little.....-
कुछ यादें हैं
इन कहानियों में
कुछ अजनबी पल हैं
जिसे हमनें दिल पर संजोए हैं
एक दो टुकड़ों में
अपने हिस्से की
खुशियां जो बाती थी
मिलके.....।
-
যাত্ৰাতো বহুত কৰিছা
কিন্তু কেতিয়াবা
মৃত্যুয়ে কাঢ়ি নিয়া
আপোনজনৰ ওচৰলৈ
গৈ পাইছানে.....
চকুলোৰে বাট
নেদেখা হৈ
সময়ত পোৱাৰ
অপ্ৰাণ চেষ্টা
কৰি পাইছানে....
শেষ বিদায়ৰ
শেষ স্পৰ্শৰ হাবিয়াস
অনুভৱ হৈছিল
নে কেতিয়াবা.....
সেই যাত্ৰাৰ অন্ত ৰ
কামনা কৰি
পাইছা নে কেতিয়াবা......-