RiZisa HaZarika   (Rizisa_mici)
144 Followers · 62 Following

read more
Joined 3 November 2017


read more
Joined 3 November 2017
3 AUG 2021 AT 1:58

Dad! I don't remember your voice either,just a picture to cherish..

-


3 AUG 2021 AT 1:52

none can replace home..

-


3 AUG 2021 AT 1:50

to love self & earn enough to survive..

-


3 AUG 2021 AT 1:38

the sun to rise, and make the whole universe bright and beautiful again...

-


3 AUG 2021 AT 1:18

May be the journey isn't finding someone but you.

-


29 APR 2021 AT 0:20

I can't give anyone else to control my emotions...

-


29 APR 2021 AT 0:04

Let's make a wish to survive....

-


19 NOV 2020 AT 23:08

a place where women can live a life without having fear of the Rapists...

-


13 APR 2020 AT 1:57


এইবাৰ ঘৰৰ কপৌ ফুল পাহ নেদেখিলো।
সেই যে ঘৰে ঘৰে গৰু কেইটাক মাহ হালধি সানে,
দেখিবলৈ জানো পাম?
হেঁপাহৰ কুলি জনী যেন ভাগৰুৱা হৈ পৰিছে,
এইবাৰ যেন কুঁহিপাত বোৰেও আনন্দত নচা নাই।
দুহাতত জেতুকাৰ ৰং সনা নাচনী কেইজনীও আজি উকা হৈ পৰিছে।।
ঢুলীয়াৰ ঢোলৰ চাপৰ শুনা জানো পাম এইবাৰ?
হেঁপাহৰ বিহুতি উকা কৰি গ'ল এক অচিন বতাহে ।।

-


16 MAR 2020 AT 17:30

নিশা যেতিয়া টোপনি নাহে,
বাৰে বাৰে সেই স্মৃতি বোৰে আগছি ধৰে।
নিৰিবিলি বতাহ জাকৰ লগত মোৰ বন্ধুত্ব,
কেনেকৈ নো পাহৰিম!
সপোন বোৰ মৰহি গল,
মৰম বোৰো শেষ হোৱাৰ পথত।
জোনাকী জনীক সুধিছিলো তোমাৰ ঠিকনা।
এনে লাগে যেন,
মোৰ শূন্যতাৰ তুমি মাথোঁ এটি উত্তৰবিহীন ঠিকনা।।

-


Fetching RiZisa HaZarika Quotes