WE OPPOSE CAB-
দুখ মোৰ আজন্ম লগৰী
তাৰ গাত ভেজা দিয়েই আগবাঢ়ো
এখোপ এখোপ কৰি ...
সেউজীয়া পৃথিৱীৰ সন্ধানী
মই যে নীলকণ্ঠী ৷-
Medical Science is not 1+1=2 , mind it. Nobody can understand the hide and seek game between a disease and a doctor . Simply talking about negligence and spreading negatively about doctors, hospital and medical science is a crime. Those who always want to see fault in doctors just fuck off from my friendship list . You all are idiots and morons of this society . You cant speak a single word on the violence against the doctors but you bloody people can call or whatsapp asking for consultation and medicines when you suffer ...so you just fuck off from my life .
-
"People pay Doctor for his trouble ; for his kindness , they still remain in his debt" - Seneca (4 B.C - 65 A.D)
HAPPY DOCTORS DAY
চিকিৎসক দিৱসৰ শুভকামনা-
এখন শাঁত পৰিব খোজা বুকুৰ স্পৰ্শতেই
সপোনটোৱে পুনৰ সাৰ পাই উঠিছিল,
হালধীয়া হেমন্তৰ বেলাতো
দুয়ো দুয়োৰে ছাঁ হৈ থাকিব খোজা
এটা প্ৰতিশ্ৰুতিৰে ৷-
নিশ্চিত মৃত্যুৰ দিশে ধাৱমান জীৱন ৷
হাতত সময় বৰ কম ৷
সুখৰ উৎস বিচাৰি মৰিচীকা খেদাৰ সময় শেষ ৷
কুশলৰ প্ৰাৰ্থনা সকলোৰে বাবে ৷
তৃপ্তিৰ হাঁহিবোৰ মৃত্যুৰ সিপাৰে পোৱা যাবনে ?
এই প্ৰশ্ন লৈয়েই আঁতৰি যোৱাৰ সময় সমাগত ৷
বিদায়....-
আহিম বুলিও নহা মোৰ ফাগুনৰ মাতাল বতাহ ,
এতিয়া বুকুৰ গভীৰতম দীৰ্ঘশ্বাস ৷-
এটা কফিন দিয়া মোক
সপোনবোৰ সামৰি থবলৈ,
দিবানিদ্ৰাৰ হাঁহিবোৰ উপহাস হৈ উভটি আহে
মোৰেই কাষলৈ ৷-