শূণ্য জীৱন ---
শূণ্য আকাশ ----,
ভাৱিছিলো---
যিকোনো পানীতে পদুম ফুলে !
বোকাৰ পানীত ,
পুখুৰীৰ পানীত ,
নলা নৰ্দমা , সাগৰত ,
সৰু-বৰ আৰু পিতনিত !
পিছে ---------?
পিছে কুঁৱাৰ পানীত নুফুলে নহয় ?
মনত পেলাই দিওঁতাও নাই !
××××× পৰেশ পেগু ×××××××-
23 JUL 2019 AT 3:11