Mukhlisur rahman   (M. Rahman)
46 Followers · 37 Following

Insufficient words to write about me
Joined 25 April 2018


Insufficient words to write about me
Joined 25 April 2018
20 MAY 2023 AT 20:57

বসন্ত

বসন্ত মানে সেই নীল আকাশৰ দূৰ দিগন্ত,
শিমলু, পলাশ, কৃষ্ণচূড়াৰ আগমন৷
বসন্ত মানে প্ৰকৃতিৰ হেৰুৱা প্ৰেম,
হিল্লোলিত পাতত নাচে শুকান ফাগুন৷৷

বসন্ত মানে মাতাল দক্ষিনা বতাহ,
আকাশত মেঘৰ আকুল বাসনা৷
বসন্ত মানে অশান্ত মনৰ যাদৃচ্ছিক কামনা,
হৃদয়ে খুজে তোমাৰ ঠিকনা৷৷

বসন্ত মানে ধূষৰিত চকুত উৰি থকা সপোন,
কুলি, কেতেকীৰ হৃদয় পৰশা সুৰ৷
বসন্ত মানে ৰঙীন পখিলাৰ কম্পমান ডেউকা,
জীৱনৰ বসন্ত হয়তো বহুদূৰ৷৷

-


1 MAY 2022 AT 16:36

ব'লা অন্তিম বাজীটো লগাই দিওঁ!!
তুমি জিকিলে মই তোমাৰ
আৰু………
মই জিকিলে তুমি মোৰ৷♥️

-


29 JUL 2021 AT 10:31

আলফুলে সাঁচি ৰখা
জীৱনৰ প্ৰিয় সত্বাক
আজি তোমাতে দিলো সপি৷
হৃদয়ৰ শুভ্ৰ টুকুৰাটোত
এতিয়া কেৱল তোমাৰে
কথন-মনন থাকে বাজি৷৷

-


19 JUN 2021 AT 8:30

Promises are made for keeping.
But,
Be aware with whom you are gonna make it...
Bcoz, its a way to make you happy temporarily for some people (actually cheating)

-


11 MAY 2021 AT 18:57

You tell me
to forget it and move on,
I don't understand
How can I unfeel love
once I have felt it?

-


22 APR 2021 AT 16:08

We are as close as bone to flesh. If one is hit other may feel it. We remain in the same group but no intent to make a conversation. We are stucked in the web of so called busyness.

-


8 JAN 2021 AT 0:47

The tragedy of my life
is not the lack of love.
It's the fact that
I love too much.
So much love to give.
So less people to take.
❤️❤️❤️

-


29 AUG 2020 AT 21:03

যদি মই প্ৰেয়সীৰ
হেঙুলীয়া মোহনাৰ
খলা-বমা আঁকি দিওঁ
বাক্যৰ পাকত,
তুমি মোক কবি বুলি কবা?

যদি মোৰ নিসঙ্গ জীৱনৰ
তুহজুয়ে পোৰা
ব্যাথাৰ গাঁথা দুগালত
সৰ্পিল ভঙ্গিমাত নাচে,
তুমি মোক শিল্পী বুলি কবা?

-


23 JUN 2020 AT 21:00

সিঁচৰতি হৈ থকা মোৰ আৱেগবোৰ
গোটাই দিব পাৰিবানে?

নিষ্ঠুৰ সময়ৰ খুন্দাত চিৰাচিৰ হোৱা
হৃদয়ৰ টুকুৰাবোৰ জোৰা লগাবা কেনেকৈ?

অৱহেলিত,ম্ৰিয়মান মোৰ ক্লান্ত হৃদয়ক
মৰমৰ আৱেশত জিৰনি ল'ব দিবানে?

মৰুভূমিত মৰিচিকা খেদা তৃষ্ণাতুৰ হৃদয়টোক
জীপাল কৰিব পাৰিবা জানো?

-


4 MAY 2020 AT 0:20

"Instead, she grabs my hand, interlinking her shoulders with mine and clinging on so tightly that I can feel the lub-dub of her feeling heart ♥"

-


Fetching Mukhlisur rahman Quotes