22 DEC 2019 AT 0:00

অশান্ত মন

অশান্তিত সহিছো
দিন-ৰাতিৰ অনাদৰ
মানসিক কষ্টই ভোকাতুৰ পেটকো
এৰা নাই,,সেয়ে আজি এমাহে ভালদৰে
একো এটাই খোৱা নাই. .
সকলো বাদ দি আকৌ
নতুনকৈ আৰম্ভণিৰ প্ৰয়াস যদিও
চাৰিও দিশৰ পৰা আগুৰি ধৰে অশান্তি. .
এনেকে আৰু কিমান দিন জীয়াম. .!
তাকে ভাৱি সমৰ্পন কৰিলো
জীৱনৰ সকলো ৰং ধেমালী. .
আৰু কিমান দিন এনে অশান্তি. .

- এলবাৰ্ট কৌশিক. . .✍️