QUOTES ON #MONSTER_STORIES

#monster_stories quotes

Trending | Latest
12 JUL 2020 AT 6:59

অশৰীৰী মানৱ

জীৱন্ত মানৱৰ বেশত অশৰীৰীৰ আগমন
আজি আকৌ বিচৰণ এজাক অমানৱৰ !
)-: হ ):-হ
যাৰ......
....ঘৃণা ওপজা !
সেই তাচ্ছিল্য হাঁহি ,
.....বুকু কপি উঠা
সিহঁতৰ বেকা চাৱনি ,
যৌৱনৰ লালসাত বিচৰিত
... সিহঁতেই মানৱৰূপী অশৰীৰী ।

ৰাতিৰ আন্ধাৰত জনশূণ্য পথত
আজুৰি নিয়ে দেহক ঢাকি ৰখা উৰনী,
পিয়াহ গুচাই স্পৰ্শ কৰে দেহৰ লাজবোৰক;
উলংগ জংঘাত উন্মাদ সিহঁত
কাৰণ, সিহঁত অশৰীৰী মানৱ ।

সচাকৈয়ে আৰ্তনাদৰ এক জোঁৱাৰ উঠিব মোৰ
যৌৱনৰ কুমলীয়া ধ্বংসাৱশেষত,
আৰু বৈ যাব এখন আৰ্তনাদৰ বিশাল নৈ
যি হৈ পৰিব আকৌ কোনো উলংগ
নাৰীৰ নিৰ্যাতনৰ সাক্ষী ,
মানৱ বেশত হ'ব সিহঁত অশৰীৰী ।।

-


18 NOV 2019 AT 11:46

If I must choose between a monster & man,
I would always side by the monster to help
as he fearlessly expresses his own true self &
doesn't show mercy for an evil's fake yelp !

-


16 SEP 2019 AT 0:01

Most of all
She loves dreaming.
Wonderfully strange about anything, everything... So close your eyes 👀

-