জয়ন্ত শৰ্মা   (Jay sharma)
515 Followers · 353 Following

read more
Joined 8 November 2019


read more
Joined 8 November 2019
11 SEP 2021 AT 21:20

আদি অন্তৰ শেষ নাই পৃথিৱীত...
আছে মাথোঁ ৰহস্য...
যাৰ নাম শূণ্য...
কিন্তু মহত্ব অমূল্য...

-


11 SEP 2021 AT 21:01

জীৱনৰ মুলমন্ত্ৰ..
দুই নয়ন হাজাৰ সপোন..
এটি আশা ৰ সানিধ্যত
জন্ম বিস্বাসৰ..
একোটি বিশ্বাস আপোনাৰো...
আদি-অন্তত এটি উত্তৰ..
জীৱনৰ মুলমন্ত্ৰ ৩টা...
১). সত্যতা.
২). একটা..
৩). একাগ্ৰতা...!

-



শদিয়াৰপৰা ধুবুৰীলৈ..
সোনাৰিৰ পৰা কন্যাকুমাৰীলৈ...
কত যে ঘুৰিলোঁ...
তথাপি সঠিক সংজ্ঞা নাপালোঁ..
শেষত আজি হে বুজিলো...

-



तो आज ये न होता..

प्यार का बिस्वास
दिल से केसे मिटा..?

-



अनुभव दिल से...
•••

-



নতুন আশা ..
নতুন সপোন..
নতুন জীৱন..৷

-



বুকু হুম হুম কৰে
..মোৰ আই
কোনে নিদ্ৰা হৰে
মোৰ আই...😘

-



“প্ৰেম আৰু
সংজ্ঞা“..(!)
হব পাৰে
দুটি মাথোঁ
“শব্দ“..;
কিন্তু অৰ্থ...(?)
...অনন্ত

-



^°^=^°^
“শব্দ আৰু প্ৰকাশ“
... দুটি শব্দ
প্ৰকাশ এক...
...যেনে
...তুমি আৰু
মই...©

-


23 AUG 2021 AT 23:44

আধৰুৱা
জীৱন...(!)
অবুজ
মন...
নিসংগ
প্ৰিয়...
আৰু...(?)
জীৱনত
ৰহস্যঘন
মায়াৰ
আৱেষ্টণী...(!)

...এটিয়া হৃদয়ত হাজাৰ প্ৰশ্নৰ জোৱাৰ....(!)

-


Fetching জয়ন্ত শৰ্মা Quotes